নমস্কাৰ, গুণদীপ চেতিয়া,

অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম!

অসমীয়া ৱিকিপিডিয়ালৈ আদৰিছো। আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় জড়িত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:

ইয়াৰ উপৰিও ফেচবুক-অত আমাৰ Assamese Wikipedia Community বুলি এটা এটা আলোচনা গ্ৰুপ আছে। বিকিপিডিয়ান সকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে।

আশা কৰোঁ সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্ৰহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড "~~~~" ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}} সুমুৱাই দিয়ক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব।

প্ৰভাকৰ শৰ্মা নেওগ 04:25, 16 নভেম্বৰ 2011 (UTC)


Invite to WikiConference India 2011 সম্পাদনা কৰক

 

Hi Gunadeep.Chetia,

The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011.
You can see our Official website, the Facebook event and our Scholarship form.

But the activities start now with the 100 day long WikiOutreach.

Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)

As you are part of Wikimedia India community we invite you to be there for conference and share your experience. Thank you for your contributions.

We look forward to see you at Mumbai on 18-20 November 2011

আচাৰ্য্য থাকে বুলি মই নাজানো, মই মাত্ৰ বাকী ইউনিভাৰ্‌চিটী বিলাকৰ আচাৰ্য্য ৰাজ্যপাল থাকে কাৰণে তেনেকৈ লিখিলোঁ। তুমি যদি ভালকৈ জানা নাথাকে বুলি জানা তেন্তে আঁতৰাই দিয়া। :-) ল'গ'টোৰ ফটোখন ভাল হোৱা নাই, সেইকাৰণে মই ষ্টুডেণ্টৰ ফট'খন দিলোঁ।

মই "হস্তক্ষেপ" কৰিছোঁ বুলি বেয়া নাপাবা, আচলতে ৱিকিপিডিয়াত তো তেনেকৈয়ে কাম চলে। ৱিকিপিডিয়াৰ মূল নীতি হৈছে "good faith।" তুমি লিখি যোৱা, কিবা সংশোধন কৰিব লাগে বুলি ভাবিলে মই "বাৰ্তা" বা "আলোচনা" পৃষ্ঠাত লিখিম।

প্ৰভাকৰ শৰ্মা নেওগ 09:22, 6 ডিচেম্বৰ 2011 (UTC)

বেয়া কিয় পাম! নিশ্চয় নাপাওঁ। মই মাত্ৰ আঁতৰাই দিয়াৰ আগতে আপোনাক এবাৰ জনাই লোৱাটো ভাল হ'ব বুলি ভাবিলোঁ। আপোনাৰ প্ৰেৰণাৰ বাবে ধন্যবাদ।

গুণদীপ চেতিয়া 10:45, 6 ডিচেম্বৰ 2011 (UTC)

thanks. বাকী সদস্যসকলৰ কোনে কি কৰি আছে বিশেষ:শেহতীয়া কাম পৃষ্ঠাত পাবা। প্ৰভাকৰ শৰ্মা নেওগ 10:52, 6 ডিচেম্বৰ 2011 (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1 সম্পাদনা কৰক

  আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 19:58, 22 জানুৱাৰী 2012 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় Gunadeep.Chetia,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.