সংস্কৃতি গ্ৰহণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

উদ্ধৃতি শুদ্ধকৰণ।
No edit summary
1 নং শাৰী:
'''সংস্কৃতি গ্ৰহণ( ইংৰাজী''' ({{Lang-en|Acculturation }}) এক সাংস্কৃতিক প্ৰক্ৰিয়া। যি প্ৰক্ৰিয়াত কোনো এটা জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন আন এটা জনগোষ্ঠীৰ সাংস্কৃতিক বৈশিষ্ট্যৰ প্ৰভাৱৰ  ফলত পৰিৱৰ্তিত হয় তাৰ নামেই সংস্কৃতি গ্ৰহণ। এই প্ৰক্ৰিয়াৰ দ্বাৰা এটা জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন আন এটা জনগোষ্ঠীৰ সংস্কৃতিৰ জৰিয়তে সম্পূৰ্ণভাৱে পৰিৱৰ্তিত হয়। ঐতিহাসিক পুনৰ্গঠনৰ দিশত সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াই গুৰুত্ব আৰোপ কৰে।<ref name="অসমীয়া লোক-সংস্কৃতিৰal">{{cite book | title=আভাস | author=ড° নবীন চন্দ্ৰ শৰ্মা | publisher=বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড | location = পাণবজাৰ,গুৱাহাটী, | year=প্ৰথম প্ৰকাশ ১৯৮৯, | page=২৬-২৭}}</ref>
 
১৯৩৫ চনত সংস্কৃতি গ্ৰহণৰ সূত্ৰ দিয়া হৈছিল এনেদৰে -, "বিভিন্ন সংস্কৃতিৰ জনসমষ্টিৰ মাজত নিয়ত আৰু প্ৰত্যক্ষ সান্নিধ্যৰ ফলস্বৰূপে এটাজন সমষ্টি বা গোটেই কেইটা জনসমষ্টিৰ সাংস্কৃতিক প্ৰতিমান পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়া বিশেষৰ নাম সংস্কৃতি গ্ৰহণ।" <ref name="Memorandum on the study of Acculturation">{{cite book | title=R.Redfield | location=American Anthropologist | year=1936}}</ref> পৰৱৰ্তীকালত এই সূত্ৰটো পৰিৱৰ্তিত আৰু পৰিবৰ্ধিত হৈছে। সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াত সান্নিধ্যৰ স্থিতিকাল আৰু গভীৰতাই অন্যতম প্ৰয়োজনীয় উপাদান হ'ব নোৱাৰে।
 
সংস্কৃতি গ্ৰহণ হৈছে প্ৰক্ৰিয়া অৱস্থাত থকা সাংস্কৃতিক সঞ্চাৰণ। সংস্কৃতি গ্ৰহণত ঐতিহাসিক সত্যতা বা ঘটনাৰ আভাস পোৱা যায়। সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াত  সমসাময়িক যুগৰজন সমষ্টিৰ  সান্নিধ্যই প্ৰাধান্য লাভ কৰে। ঐতিহাসিক জনসমষ্টিৰ মাজৰ দূৰ অতীতত সংঘটিত হোৱা সান্নিধ্যৰ বিষয়েও সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াৰ জৰিয়তে বিচাৰ কৰিব পাৰি। ইয়াৰ লগত মনস্তাত্ত্বিক দিশ এটাও  জড়িত হৈ থাকে।
 
== উদাহৰণ ==
* উত্তৰ পূব ভাৰতৰ ক্ষেত্ৰত মিজো, নগা আদি জনজাতীয় লোকৰ পৰম্পৰাগত জীৱনৰ পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত পৰিবৰ্তন ঘটিছে। {{cn}}
* ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা অসমৰ চাহ বাগিচালৈ অহা বনুৱা লোকসকলৰ সাংস্কৃতিক জীৱন, অসমীয়া সংস্কৃতিৰ প্ৰভাৱত সলনি হৈছে। {{cn}}
* অসমলৈ অহা টাই আহোমসকলৰ জীৱন পদ্ধতি আৰু সাংস্কৃতিক সমলৰাজি অসমৰ হিন্দু সংস্কৃতিৰ জৰিয়তে সম্পূৰ্ণভাৱে পৰিৱৰ্তিত হৈছে। {{cn}}
 
এইবোৰেই সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াৰ উদাহৰণ।<ref name="অসমীয়া লোক - সংস্কৃতিৰ আভাসal">{{cite book | title=অসমীয়া লোক - সংস্কৃতিৰ আভাস | publisher=বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড | author=ড° নবীন চন্দ্ৰ শৰ্মা | year=১৯৮৯ | pages=২৭ | isbn=8176430455}}</ref>
 
==লগতে চাওক==
* [[সংস্কৃতকৰণ]]
 
== তথ্য সংগ্ৰহ ==
{{reflist}}
 
[[শ্ৰেণী:সামাজিক পৰিবৰ্তন]]