সৰ্বানন্দ সোণোৱাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
নবীকৰণ
7 নং শাৰী:
|governor = [[জগদীশ মুখী]] <br/>[[পদ্মনাভ আচাৰ্য]] <br> [[বানৱাৰীলাল পুৰোহিত]]
|predecessor = [[তৰুণ গগৈ]]
|successor = [[হিমন্ত বিশ্ব শৰ্মা]]
|term_start = {{Start date|2016|5|24|df=yes}}
|term_end = {{End date|df=yes|2021|5|10}}
|office1 = [[অসম বিধানসভা]]ৰ বিধায়ক
|constituency1 = [[মাজুলী (বিধানসভা সমষ্টি)|মাজুলী]]
Line 40 ⟶ 42:
|predecessor6 =[[পবন সিং ঘাটোৱাৰ]]
|successor6 =[[পবন সিং ঘাটোৱাৰ]]
|party = [[ভাৰতীয় জনতা পাৰ্টি]] {{small|(২০১১-বৰ্তমান)}}<br>[[অসম গণ পৰিষদ]] {{small|(২০০১-২০১১)}}
|spouse =
|alma_mater = [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]], [[গুৱাহাটী বিশ্ববিদ্যালয়]]
|office6=[[ডিব্ৰুগড় (লোকসভা সমষ্টি)|ডিব্ৰুগড় লোকসভা সমষ্টিৰ]] সাংসদ
}}
'''সৰ্বানন্দ সোণোৱাল''' ({{lang-en|Sarbananda Sonowal}}) এজন ৰাজনীতিবিদ আৰু [[অসম]] ৰ সদ্যপ্ৰাক্তন [[অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা|মুখ্যমন্ত্ৰী]]। তেখেতৰ জন্ম হয় ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত। ২০১৪ চনত তেওঁ [[লক্ষীমপুৰ (লোকসভা সমষ্টি)|লক্ষীমপুৰ লোকসভা সমষ্টিৰ]] পৰা নিৰ্বাচিত হৈ [[ভাৰত চৰকাৰৰচৰকাৰ]]ৰ যুৱ কাৰ্যক্ৰম আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল ।কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ [[ভাৰতীয় জনতা পাৰ্টিৰপাৰ্টি]]ৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ ওপৰিও ২০০৪ চনত [[ডিব্ৰুগড় (লোকসভা সমষ্টি)|ডিব্ৰুগড় লোকসভা সমষ্টিৰ]] পৰাও সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ।হৈছিল। ২০১৬ চনত তেওঁ মাজুলী বিধান সভাবিধানসভা সমষ্টিৰ পৰা অসম বিধান সভালৈবিধানসভালৈ নিৰ্বাচিত হৈ অসমৰ চতুৰ্দশ মুখ্যমন্ত্ৰী ৰূপে ২০১৬ ৰ পৰা ২০২১ লৈ কাৰ্য্যনিৰ্বাহ কৰে ।কৰে।
 
==জন্ম==
[[ডিব্ৰুগড়]] জিলাৰ মুলুক গাঁৱত ১৯৬২ চনৰ ৩১ অক্টোবৰত সৰ্বানন্দ সোণোৱালৰ জন্ম হয়৷হয়। তেখেত আছিল স্বৰ্গীয়া জীৱেশ্বৰ সোণোৱাল আৰু স্বৰ্গীয় দীনেশ্বৰী সোণোৱাল ৰ নুমলীয়া পুত্ৰ৷পুত্ৰ। তেওঁৰ আছিল ছজনকৈ ককায়েক আৰু দুজনী ভনীয়েক৷ভনীয়েক।<ref>Assam Tribune,24May,2016,page no-8</ref>
 
==শিক্ষা==
সৰ্বানন্দ সোণোৱালে মুলুক গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি বিন্ধাকাটা মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈ অধ্যয়ন কৰে৷ইয়াৰকৰে। ইয়াৰ পিছত তেওঁ ডিব্ৰুগড় ডনবস্কো স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে৷ডিব্ৰুগড়কৰে। ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ইয়াৰকৰে। ইয়াৰ লগতে [[গুৱাহাটী বিশ্ববিদ্যালয়]]ত আইন শিক্ষা সমাপ্ত কৰাৰ উপৰিও সাংবাদিকতা আৰু মাছ কমিউনিকেচনত ডিগ্ৰী লাভ কৰে৷কৰে।<ref>Assam Tribune,24May,2016,page no-8</ref>
 
==ছাত্ৰনেতা==
মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই সৰ্বানন্দ সোণোৱালে [[সদৌ অসম ছাত্ৰ সন্থা]]ৰ লগত জড়িত আছিল৷আৰুআছিল। আৰু ১৯৯২চনৰ পৰা ১৯৯৯চনলৈ সন্থাটোৰ সভাপতিৰ দায়িত্ব বহন কৰে৷লগতেকৰে। লগতে ১৯৯৪চনৰ পৰা ২০০৪ চনলৈ উত্তৰ পূব ছাত্ৰ সন্থাৰ চেয়াৰমেনৰ পদত অধিষ্ঠিত থাকে৷থাকে।<ref>Assam Tribune,24May,2016,page no-8</ref>
 
==ৰাজনৈতিক জীৱন==
সৰ্বানন্দ সোণোৱালে ১৯৯৯ চনত [[অসম গণ পৰিষদ]]ত যোগদান কৰে আৰু আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ চেষ্টা আগবঢ়ায়৷আগবঢ়ায়। তেখেতে লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ ৰাণী নৰহৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও পৰাজয়ৰ সন্মুখীন হয়৷হয়। ইয়াৰ পিছত তেওঁ ২০০১ চনত বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিত কংগ্ৰেছৰ পৱনসিং ঘাটোৱাৰক পৰাজিত কৰে৷কৰে।
 
সৰ্বানন্দ সোণোৱালে বিতৰ্কিত [[আই এম ডি টি আইন, ১৯৮৩|আই এম ডি টি আইনৰ]] বিৰুদ্ধে আদালতত যুঁজ চলায় আৰু আইনখন বাতিল কৰিবলৈ সক্ষম হয়৷হয়। যাৰফলত তেওঁক জাতীয় নায়ক আখ্যা দিয়া হয়৷হয়।
 
তেখেতে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ [[ডিব্ৰুগড় (লোকসভা সমষ্টি)|ডিব্ৰুগড় সমষ্টিৰ]] সাংসদ হিচাপে কাৰ্যনিবাহ কৰে৷কৰে। ২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁ [[ভাৰতীয় জনতা পাৰ্টি]]ত যোগদান কৰে আৰু ২০১২ চনত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়৷হয়। [[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪|২০১৪ চনৰ লোকসভা নিৰ্বাচনত]] [[লক্ষীমপুৰ (লোকসভা সমষ্টি)|লখিমপুৰ সমষ্টিৰ]] পৰা নিৰ্বাচন খেলি ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হয়৷হয়। একে বছৰতে তেখেতে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ মন্ত্ৰীৰ দায়িত্ব কান্ধ পাতি লয়৷লয়।
 
[[অসম বিধানসভা নিৰ্বাচন, ২০১৬|২০১৬ চনৰ বিধানসভা নিৰ্বাচনত]] [[মাজুলী]] বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিদ্বন্দ্বী ৰাজীৱ লোচন পেগুক ১৮৯২৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷কৰে। এই বিজয়ৰ দ্বাৰা তেওঁ [[অসমৰ মুখ্যমন্ত্ৰীৰমুখ্যমন্ত্ৰী]]ৰ পদভাৰ গ্ৰহণ কৰে৷কৰে।<ref>Assam Tribune, 24 May, 2016, page no-8</ref> [[২০২১ৰ অসম বিধানসভা নিৰ্বাচন|২০২১ চনত]] তেওঁ পুনৰ মাজুলীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়। পিছে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ উত্তৰসূৰী হিচাপে [[হিমন্ত বিশ্ব শৰ্মা]]ৰ নাম প্ৰস্তাৱ কৰে।
 
==তথ্য সংগ্ৰহ==
Line 73 ⟶ 75:
* {{Facebook |SarbanandaSonowal}}
 
[[শ্ৰেণী:অসমৰ মুখ্যমন্ত্ৰীব্যক্তি]]
[[শ্ৰেণী:অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি]]
[[শ্ৰেণী:অসমৰ মুখ্যমন্ত্ৰী]]
[[শ্ৰেণী:লোকসভাৰ সাংসদ]]