২৯ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
10 নং শাৰী:
* ১৮৬৩ - আৰ্থাৰ মোল্ড, ইংৰাজ [[ক্ৰিকেট]] খেলুৱৈ।
* ১৮৬৮ - দ্বিতীয় আব্দুল মজিদ, সৰ্বশেষ উছমানীয় খলিফা।
* ১৯১৬ - [[অতুল চন্দ্ৰ বৰুৱা]], সাহিত্যিক আৰু সাহিত্য সমালোচক তথা এগৰাকী চৰকাৰী প্ৰশাসনিক বিষয়া আছিল। ১৯৭৯ চনত শুৱালকুছিত অনুষ্ঠিত হোৱা ৪৬ তম অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰিছিল। (মৃত্যু: ২০০১)
* ১৯১৭ - জন এফ. কেনেডি, [[আমেৰিকা যুক্তৰাষ্ট্ৰ|আমেৰিকা যুক্তৰাষ্ট্ৰৰ]] ৩৫তম ৰাষ্ট্ৰপতি।
* ১৯২৯ - দ্বিজেন শৰ্মা, [[বাংলাদেশ|বাংলাদেশী]] প্ৰকৃতিবিদ।
"https://as.wikipedia.org/wiki/২৯_মে%27"ৰ পৰা অনা হৈছে