১৫ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

7 নং শাৰী:
* ১৭৫২ - বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি সেই কথা [[বেঞ্জামিন ফ্ৰেংকলিন]] -এ প্ৰমাণ কৰিছিল আজিৰ দিনটোতে।
* ১৮৫৫ - কলকাতাৰ প্ৰসিদ্ধ হিন্দু কলেজৰ নাম [[প্ৰেছিডেন্সী কলেজ]] হয়।
* ১৯৪৩- [[কুশল কোঁৱৰ]]ক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল। ১৯৪২ চনৰ ৯ অক্টোবৰত সংঘটিত সৰুপথাৰৰ ৰেল দুৰ্ঘটনাৰ প্ৰথম গৰাকী অভিযুক্ত হিচাপে অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হৈছিল।
 
==জন্ম ==
"https://as.wikipedia.org/wiki/১৫_জুন"ৰ পৰা অনা হৈছে