সমাজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
{{অনুবাদ}}
'''সমাজ''' বুলিলে মূলতঃ এনে এক প্ৰণালীক বুজায় য'ত একাধিক ব্যক্তি একত্ৰিত হৈ কিছুমান নীতি−নিয়ম প্ৰতিষ্ঠা কৰি একেলগে বাস কৰাৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰে। <ref>{{cite web |title=Society |url=https://www.merriam-webster.com/dictionary/society#h2 |website=Merriam-webster dictionary |access-date=6 May 2021}}</ref> মানুহৰ ক্ষেত্ৰত, একাধিক ব্যক্তিয়ে লিখিত বা অলিখিত নিয়ম প্ৰস্তুত কৰি একত্ৰিত হৈ বসবাস কৰা অৱস্থাকে সমাজ বুলি কোৱা হয়। মানুহৰ বাহিৰেও, নিম্নমানৰ প্ৰাণীৰ ক্ষেত্ৰতো সমাজ বিদ্যমান, কিন্তু মানুহৰ দৰে সংগঠিত সমাজৰ কোনো উদাহৰণ নাই।
সমাজে কিছুমান কাৰ্য্য বা কথা গ্ৰহণযোগ্য বা গ্ৰহণযোগ্য নহয় বুলি গণ্য কৰি আচৰণ বিধি নিৰ্মাণ কৰে। কোনো এটা নিৰ্দিষ্ট সমাজৰ ভিতৰত এই আচৰণ বিধিবোৰক সামাজিক নিয়ম বুলি কোৱা হয়। সমাজ, আৰু তেওঁলোকৰ নিয়মবোৰ ক্ৰমান্বয়ে আৰু চিৰস্থায়ী পৰিৱৰ্তনৰ মাজেৰে সৃষ্টি হয়।
|