কানাডাৰ খিলঞ্জীয়া লোকসকলৰ আবাসিক স্কুল ব্যৱস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
[[File:Kamloops-indian-residential-school-1930.png|thumb|কেমলুপ চহৰৰ খিলঞ্জীয়া ইণ্ডিয়ান সকলৰ সন্তানৰ আবাসিক স্কুল, ১৯৩০]]
[[উত্তৰ আমেৰিকা]]ৰ [[খিলঞ্জীয়া লোক|খিলঞ্জীয়া লোকসকলক]] স্থানীয় ইণ্ডিয়ান ({{Lang|en|native Indian}}) বুলিও কোৱা হয়। ইয়াৰে স্থানীয় ইণ্ডিয়ান সন্তানৰ আবাসিক স্কুল ব্যৱস্থাবোৰৰ 'বোৰ্ডিং স্কুল'ৰ অন্তৰ্জাল আছিল। এই বোৰ্ডিং স্কুলৰ অন্তৰ্জালটোৱে [[কানাডা]] চৰকাৰৰ 'স্থানীয় ইণ্ডিয়ান বা খিলঞ্জীয়া' বিভাগটোৰ পৰা অৰ্থসাহায্য পাইছিল আৰু খ্ৰীষ্টান গীৰ্জাৰ দ্বাৰা পৰিচালিত হৈছিল। এই স্কুল ব্যৱস্থাটো খিলঞ্জীয়া সন্তান সকলৰ ভিতৰৰ পৰা স্থানীয় খিলঞ্জীয়াৰ ভাষা, সংস্কৃতি আৰু প্ৰভাৱসমূহ বিলোপ কৰি ইউৰোপীয়ান ভাষা, সংস্কৃতি আৰু প্ৰভাৱৰ অন্তৰ্ভুক্ত কৰি ভৱিষ্যতে এটা প্ৰভাৱশালী ইউৰোপীয়ান-কেনেডিয়ান সংস্কৃতি গঢ়িবৰ বাবে আৰু শিশুৰ ভিতৰৰ পৰা খিলঞ্জীয়াৰ স্বভাৱ নোহোৱা কৰিবৰ বাবে গঢ়া হৈছিল।<ref name="Indifound">{{cite web | url=http://indigenousfoundations.arts.ubc.ca/the_residential_school_system/ | title=The Residential School System | accessdate=2 June 2021}}</ref> সম্পূৰ্ণ স্কুল ব্যৱস্থাতো এশ বছৰতকৈয়ো অধিক সময় চলাই থকা হৈছিল আৰু প্ৰায় ৩০ শতাংশ (প্ৰায় এক লাখ পঞ্চাচ হাজাৰ) খিলঞ্জীয়া ল'ৰা-ছোৱালীক কানাডা দেশৰ আবাসিক স্কুলবোৰলৈ জোৰ কৰি প্ৰেৰণ কৰা হৈছিল। স্কুল সম্বন্ধীয় মৃত্যুৰ সংখ্যা কিমান, তাৰ গণণা বুৰঞ্জীৰ পাতত অসম্পূৰ্ণ হৈ ৰোৱাৰ বাবে বৰ্ত্তমান জনাটো সম্ভৱ হৈ নুঠিল। তথাপিও অনুমান কৰি পোৱা মতে ৩২০০ ৰ পৰা ৬০০০টা শিশুৰ মৃত্যু হ'ল।<ref>https://www.cbc.ca/news/politics/residential-schools-findings-point-to-cultural-genocide-commission-chair-says-1.3093580</ref>
 
আবাসিক স্কুল ব্যৱস্থাই খিলঞ্জীয়া শিশুসকলৰ অপূৰণীয় ক্ষতিসাধন কৰিছিল৷ বিশেষকৈ এই শিশুসকলক পৰিয়ালৰ পৰা বলপূৰ্বক আঁতৰাই নি, নিজৰ কলা-কৃষ্টি আৰু ভাষাৰ পৰা বিছিন্ন কৰি আৰু শাৰীৰিক আৰু মানসিক শোষণ (abuse) ৰ ভুক্তভোগী কৰি এই ব্যৱস্থাই প্ৰজন্মগত অভিঘাত (trauma) ৰ সৃষ্টি কৰে৷ Students were also subjected to [[Gradual Civilization Act|forced enfranchisement]] as "assimilated" citizens that removed their legal identity as Indians. Disconnected from their families and culture and forced to speak English or French, students who attended the residential school system often graduated being unable to fit into their communities but remaining subject to racist attitudes in mainstream Canadian society. The system ultimately proved successful in disrupting the transmission of Indigenous practices and beliefs across generations. The legacy of the system has been linked to an increased prevalence of [[post-traumatic stress]], [[alcoholism]], [[substance abuse]], and suicide, which persist within Indigenous communities today.<ref>https://www.ncbi.nlm.nih.gov/pmc/articles/PMC5455875/</ref>
 
২০২১ চনৰ ২৭ মে'ত কানাডাৰ ব্ৰিটিশ কলম্বিয়াৰ কেমলুপ নামৰ চহৰখনত কৰ্মকৰ্তাসকলে ইণ্ডিয়ান ৰেছিডেন্সিয়েল স্কুলৰ মাটিত বহুতো চিহ্নহীন কবৰস্থানৰ লগতে ২১৫ টি 'স্থানীয় ইণ্ডিয়ান' শিশুৰ অৱশেষ পোৱাৰ কথা ঘোষণা কৰিলে। এই ৰেছিডেন্সিয়েল স্কুলৰ মাটিত ৩ বছৰীয়া শিশুলৈকে পোৱা গৈছে। এই স্কুলখন ১৮৯০ আৰু ১৯৭৮ ভিতৰত [[কেথলিক গীৰ্জা]] আৰু কানাডা চৰকাৰে পৰিচালনা কৰিছিল।<ref name="nytimes">{{cite web | url=https://www.nytimes.com/2021/05/28/world/canada/kamloops-mass-grave-residential-schools.html | title=‘Horrible History’: Mass Grave of Indigenous Children Reported in Canada | publisher=The New York Times | accessdate=2 June 2021}}</ref><ref>https://www.cbc.ca/news/canada/british-columbia/tk-eml%C3%BAps-te-secw%C3%A9pemc-215-children-former-kamloops-indian-residential-school-1.6043778</ref>