সাম্যবাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''সাম্যবাদ''' ({{Lang-en|Communism}}; লেটিন ভাষাৰ {{Lang|la|communis}}-ৰ পৰা, যাৰ অৰ্থ 'উমৈ...
 
No edit summary
1 নং শাৰী:
'''সাম্যবাদ''' ({{Lang-en|Communism}}; [[লেটিন ভাষা]]ৰ {{Lang|la|communis}}-ৰ পৰা, যাৰ অৰ্থ 'উমৈহতীয়া', 'সাৰ্বজনীন')<ref name=":0">Ball, Terence, and Richard Dagger. [1999] 2019. "[https://www.britannica.com/topic/communism Communism]" (revised ed.). [[Encyclopædia Britannica]]. Retrieved 10 June 2020.</ref><ref>"Communism." p. 890 in [[World Book Encyclopedia|''World Book'']] ''Volume 4 (Ci–Cz)''. Chicago: World Book, Inc. 2008. {{ISBN|978-0-7166-0108-1}}.</ref> হৈছে এক দাৰ্শনিক, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শ আৰু আন্দোলন যাৰ চূড়ান্ত লক্ষ্য হৈছে এক [[সাম্যবাদী সমাজ]] স্থাপন কৰা, যি হৈছে উৎপাদনৰ মাধ্যমৰ উমৈহতীয়া মালিকীস্বত্ব আৰু সামাজিক শ্ৰেণী, মুদ্ৰা,<ref>[[Friedrich Engels|Engels, Friedrich]]. [1847] 2005. "[https://www.marxists.org/archive/marx/works/1847/11/prin-com.htm#18 What will be the course of this revolution?]" Sec. 18 in ''[[Principles of Communism]]'', translated by [[Paul Sweezy|P. Sweezy]]. [[Marxists Internet Archive]]. "Finally, when all capital, all production, all exchange have been brought together in the hands of the nation, private property will disappear of its own accord, money will become superfluous, and production will so expand and man so change that society will be able to slough off whatever of its old economic habits may remain."</ref><ref>[[Nikolai Bukharin|Bukharin, Nikolai]], and [[Yevgeni Preobrazhensky]]. [1920] 1922. "[https://www.marxists.org/archive/bukharin/works/1920/abc/ABC-of-Communism.pdf#page=67 Distribution in the communist system]." Pp. 72–73, § 20 in ''[[The ABC of Communism]]'', translated by [[Eden Paul|E. Paul]] and [[Cedar Paul|C. Paul]]. London: [[Communist Party of Great Britain]]. [https://www.marxists.org/archive/bukharin/works/1920/abc/03.htm#020 Available in e-text].</ref> আৰু ৰাষ্ট্ৰৰ অনুপস্থিতিৰ ধাৰণাৰ ওপৰত আধাৰিত এক আৰ্থ-সামাজিক ব্যৱস্থা।<ref>[[Nikolai Bukharin|Bukharin, Nikolai]], and [[Yevgeni Preobrazhensky]]. [1920] 1922. "[https://www.marxists.org/archive/bukharin/works/1920/abc/ABC-of-Communism.pdf#page=67 Administration in the communist system]." Pp. 73–75, § 21 in ''[[The ABC of Communism]]'', translated by [[Eden Paul|E. Paul]] and [[Cedar Paul|C. Paul]]. London: [[Communist Party of Great Britain]]. [https://www.marxists.org/archive/bukharin/works/1920/abc/03.htm#021 Available in e-text].</ref><ref>{{cite book|title=The Encyclopedia of Political Science|publisher=CQ Press|year=2011|isbn=978-1-933116-44-0|editor=Kurian, George Thomas|chapter=Withering Away of the State|doi=10.4135/9781608712434|access-date=January 3, 2016|chapter-url=http://sk.sagepub.com/reference/the-encyclopedia-of-political-science}}</ref> সাম্যবাদ হৈছে [[সমাজবাদ]]ৰ এক প্ৰকাৰ।
 
সাম্যবাদত বিভিন্ন ধৰণৰ চিন্তাধাৰা অন্তৰ্ভুক্ত আছে য'ত বিস্তৃতভাৱে [[মাৰ্ক্সবাদ]] আৰু [[নৈৰাজ্যবাদী সাম্যবাদ]]ৰ লগতে এই দুয়োটাৰে ওপৰত আধাৰিত বিভিন্ন ৰাজনৈতিক মতাদৰ্শ অন্তৰ্ভুক্ত আছে। এই সকলোবোৰে সমমত পোষণ কৰে যে বৰ্তমানৰ সমাজৰ স্থিতি [[পুঁজিবাদ]], ইয়াৰ অৰ্থনৈতিক ব্যৱস্থা আৰু উৎপাদনৰ পদ্ধতিৰ পৰা উদ্ভৱ হৈছে। এই ব্যৱস্থাত দুটা মুখ্য সামাজিক শ্ৰেণী আছে, এই দুটা শ্ৰেণীৰ মাজৰ সম্পৰ্ক শোষণমূলক; আৰু এই পৰিস্থিতিটো কেৱল এক সামাজিক বিপ্লৱৰ জৰিয়তে হে সমাধান কৰিব পাৰি।<ref name="Marx & Engels 1848">Marx, Karl, and [[Friedrich Engels]]. [1848] 1969. "[https://www.marxists.org/archive/marx/works/1848/communist-manifesto/ch01.htm#007 Bourgeois and Proletarians]." Ch. 1 in ''[[The Communist Manifesto|Manifesto of the Communist Party]]'', (''Marx/Engels Selected Works'' 1, pp. 98–137), translated by [[Samuel Moore (translator of Das Kapital)|S. Moore]]. Moscow: [[Progress Publishers]]. Retrieved 10 June 2020.</ref> দুয়োটা শ্ৰেণী হৈছে সৰ্বহাৰা বা শ্ৰমিক শ্ৰেণী, সমাজৰ সংখ্যাগৰিষ্ঠ লোক এই শ্ৰেণীৰ আৰু তেওঁলোকে জীয়াই থাকিবলৈ কাম কৰিব লাগে; আৰু আনটো বুৰ্জোৱা বা পুঁজিবাদী শ্ৰেণী, এক ক্ষুদ্ৰ সংখ্যালঘুৰ শ্ৰেণী যি উৎপাদনৰ মাধ্যমৰ ব্যক্তিগত মালিকীস্বত্বৰ জৰিয়তে শ্ৰমিক শ্ৰেণীক নিযুক্তি দিয়াৰ পৰা লাভ প্ৰাপ্ত কৰে। এই বিশ্লেষণ অনুসৰি, বিপ্লৱে শ্ৰমিক শ্ৰেণীক ক্ষমতা দিব আৰু তাৰ পৰিৱৰ্তে উৎপাদনৰ মাধ্যমৰ সামাজিক মালিকানা প্ৰতিষ্ঠা কৰিব যি হৈছে সাম্যবাদৰ দিশত সমাজৰ পৰিৱৰ্তনৰ প্ৰাথমিক উপাদান।<ref name="Marx & Engels 1848"/>
"https://as.wikipedia.org/wiki/সাম্যবাদ"ৰ পৰা অনা হৈছে