বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
7 নং শাৰী:
আধুনিক যুগত বিজ্ঞানক "প্ৰায়েই ‍‍‘প্ৰাকৃতিক আৰু ভৌতিক বিজ্ঞান’ বুলি বুজোৱা হয় আৰু সেইবাবে ই ভৌতিক বিশ্বব্ৰহ্মাণ্ডৰ পৰিঘটনা আৰু তাৰ নিয়মাৱলীৰ অধ্যয়ন সম্বন্ধীয় শাখাতহে সীমাবদ্ধ বুলি ক'ব পাৰি। সাধাৰণ ব্যৱহাৰত ইয়েই এতিয়া মুখ্য অৰ্থ। "<ref>Oxford English Dictionary</ref>। "[[প্ৰকৃতিৰ নিয়ম]]" সংজ্ঞা দিবলৈ চেষ্টা কৰা [[কেপলাৰ]]ৰ সূত্ৰ, [[গেলেলিঅ']]ৰ সূত্ৰ, [[আইজাক নিউটন|আইজাক নিউটনৰ গতিসূত্ৰ]]"ৰ([[:en:Newton's laws of motion|Isaac Newton's law of motion]]) আদিৰ ফলতহে বিজ্ঞানৰ সংকীৰ্ণ ভাৱৰ বিকাশ ঘটে। এই সময়চোৱাত প্ৰাকৃতিক দৰ্শনক "প্ৰাকৃতিক বিজ্ঞান" বুলি কোৱাটো সুলভ হৈ পৰিল। ১৯শ শতিকা বাগৰি যোৱাৰ লগে লগে "বিজ্ঞান" শব্দটো প্ৰকৃতিৰ [[বৈজ্ঞানিক পদ্ধতি|শৃংখলাবদ্ধ অধ্যয়ন]] যেনে [[পদাৰ্থ বিজ্ঞান]], [[ৰসায়ন বিজ্ঞান]], [[ভূ-বিজ্ঞান]] আৰু [[জীৱ বিজ্ঞান]]ৰ লগত উক্ত হৈ পৰে। তাৰ পিছত ভাষাগত সমস্যা দূৰ কৰিবলৈ মানৱ চিন্তা আৰু সমাজৰ অধ্যয়নক [[সমাজ বিজ্ঞান]] বুলি নমাকৰণ কৰা হয়। তেনেদৰে [[প্ৰায়োগিক বিজ্ঞান]]ৰ দৰে আন আন অধ্যয়ন ক্ষেত্ৰকো "বিজ্ঞান"ৰ বহল অৰ্থাই সামৰি লৈছে।<ref>[[Max Born]] (1949, 1965) [http://www.archive.org/stream/naturalphilosoph032159mbp/naturalphilosoph032159mbp_djvu.txt ''Natural Philosophy of Cause and Chance''] points out that all knowledge, including natural or social science, is also subjective. Page 162: "Thus it dawned upon me that fundamentally everything is subjective, everything without exception. That was a shock." See: [[intersubjective verifiability]].</ref>বিজ্ঞানে সকলোকে কু সংস্কাৰ প্ৰতি থকা বিশ্বাস ভঙাত সহায় কৰে।
 
== বিজ্ঞানৰ মূল ভাগ সমূহভাগসমূহ ==
* [[জ্যোতিৰ্বিজ্ঞান]]
* [[ৰসায়ন বিজ্ঞান]]
"https://as.wikipedia.org/wiki/বিজ্ঞান"ৰ পৰা অনা হৈছে