৯ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 নং শাৰী:
* ১৯৫১ - [[ভাৰতবৰ্ষ]]ত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয়।
* ১৯৯৯ - [[অসম চুক্তি]]ৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ [[নুমলীগড় তেল শোধনাগাৰ]] ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয়।
* ২০০৬ - সম্পূৰ্ণ ৪৪বছৰৰ পাছত ঐতিহাসিক [[নাথুলা গিৰিপথ]] মুকলি কৰা হয়। ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত এই এইগিৰিপথ মুকলি হোৱাৰ লগে লগে [[চীন]]-[[ভাৰত]]ৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হয়।
* ২০০৬ - [[জাৰ্মানী]]তজাৰ্মানীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ লাভ কৰে [[ইটালী]]য়ে।
 
==জন্ম==
"https://as.wikipedia.org/wiki/৯_জুলাই"ৰ পৰা অনা হৈছে