ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
30 নং শাৰী:
}}
}}
'''ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান''' (ৰেডউড নেচনেল এণ্ড ষ্টেট পাৰ্ক) হৈছে উত্তৰ কেলিফৰ্ণিয়াৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত কেইবাখনো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় উদ্যান সংযুক্ত হোৱা এক বিশাল উদ্যান। ৰেডউড ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হৈছিল ১৯৬৮ চনত। ই কেলিফৰ্ণিয়াৰ ডেল নৰ্ট উপকূল, জেদিয়াহ স্মিথ, আৰু প্ৰেৰী ক্ৰীক ৰেডউডচ ষ্টেট পাৰ্ক (১৯২০-ৰ দশকৰ) সৈতে, সংযুক্ত হৈ ১৩৯,০০০ একৰ (৫৬০ কিমি<sup>২</sup>)অঞ্চল আৱৰি আছে।<ref name="area"/> এইআছে।এই গছবোৰ আটাইতকৈ ওখ, আটাইতকৈ পুৰণি, আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ গছৰ প্ৰজাতিবোৰৰ ভিতৰত পৰে। ৰেডউড অৰণ্যৰ উপৰিও, এই উদ্যানত অন্যান্য থলুৱা উদ্ভিদ, প্ৰাণী, ঘাঁহনি, সাংস্কৃতিক সম্পদ, নদী, আৰু ৩৭ মাইল (৬০ কিমি) সাগৰিয় উপকূল সংৰক্ষিত হৈ আছে।<ref>https://www.nps.gov/redw/index.htm</ref>
 
ৰেডউড উদ্যানত কেইবাটাও বিপদাপন্ন প্ৰাণীৰ প্ৰজাতি যেনে টাইডৱাটাৰ গবি, চিনুক চালমন, নৰ্দাৰ্ন স্পটেড দাগযুক্ত ফেঁচা, আৰু ষ্টেলাৰৰ সাগৰীয় সিংহ সংৰক্ষণ কৰা হয়।<ref name="threatened">{{cite web |title=Threatened and Endangered Species |publisher=National Park Service |url=https://www.nps.gov/redw/learn/nature/threatened-and-endangered-species.htm |access-date=May 24, 2021}}</ref> ইয়াৰ উদ্যানসমূহত পোৱা বিৰল পৰিৱেশতন্ত্ৰ আৰু সাংস্কৃতিক ইতিহাসৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰসংঘই তেওঁলোকক ১৯৮০ চনৰ ৫ ছেপ্টেম্বৰত বিশ্ব ঐতিহ্যক্ষেত্ৰ আৰু ১৯৮৩ চনৰ ৩০ জুনত কেলিফৰ্ণিয়া কোষ্ট ৰেঞ্জছ ইণ্টাৰনেচনেল বায়োস্ফেয়াৰ ৰিজাৰ্ভৰ অংশ হিচাপে মনোনীত কৰে।<ref name="WHS">{{cite web |title=Redwood National and State Parks |url=http://whc.unesco.org/en/list/134 |publisher=United Nations Educational, Scientific and Cultural Organization (UNESCO) |access-date=May 24, 2021}}</ref><ref name="U.S. Biosphere Reserves">{{cite web|title=U.S. Biosphere Reserves|publisher=National Park Service|url=http://npshistory.com/publications/mab/us-biosphere-reserves.pdf|access-date=May 24, 2021}}</ref>