"মুক্ত চিন্তা (আলোচনী)"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

101 বাইট যোগ দিয়া হ’ল ,  2 মাহ পূৰ্বে
{{refimprove}}
{{infobox website
| name = মুক্ত চিন্তা
| logo =
| screenshot = মুক্ত চিন্তাৰ বেটুপাত.JPG
| collapsible = yes
| caption = 'মুক্ত চিন্তা'ৰ মুখ্য পৃষ্ঠা।
| url = {{url|http://muktosinta.org}}
| commercial = অব্যৱসায়িক
| type = মাহেকীয়া [[অসমীয়া]] ই-আলোচনী।
| language = অসমীয়া
| date_of_launch = জুলাই, ২০১৫
| registration =
| owner = ‘যুক্তি-বিকাশ সমিতি, অসম’
| editor = কৌশিক দাস
| location = [[অসম]]
| alexa =
}}
'''মুক্ত চিন্তা''' অসমীয়া ভাষাত প্ৰকাশিত এখন ই-আলোচনী। ২০১৫ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। অসমীয়া ভাষাত বিজ্ঞান মানিসকতা গঠন, প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে ডিজিটেল মাধ্যমত ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ হকে এই আলোচনীখনে কাম কৰি আহিছে৷আহিছে। মুক্ত চিন্তাৰ প্ৰতিস্থাপকপ্ৰতিষ্ঠাপক মুখ্য সম্পাদক হৈছে- কৌশিক দাস৷দাস। কাৰ্যবাহী সম্পাদক বৰ্ণালী বৰুৱা দাস আৰু টুনুজ্যোতি গগৈ ৷গগৈ।
 
'''মুক্ত চিন্তা'''
অসমীয়া ভাষাত প্ৰকাশিত এখন ই-আলোচনী। ২০১৫ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। অসমীয়া ভাষাত বিজ্ঞান মানিসকতা গঠন, প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে ডিজিটেল মাধ্যমত ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ হকে এই আলোচনীখনে কাম কৰি আহিছে৷ মুক্ত চিন্তাৰ প্ৰতিস্থাপক মুখ্য সম্পাদক হৈছে- কৌশিক দাস৷ কাৰ্যবাহী সম্পাদক বৰ্ণালী বৰুৱা দাস আৰু টুনুজ্যোতি গগৈ ৷
 
==কৰ্ত্তৃত্ব আৰু পৰিচালনা==
 
==আলোচনীখনৰ লক্ষ্য আৰু উদ্দেশ্য==
যুক্তি আৰু গণতান্ত্ৰিক প্ৰমূল্যক সাৰথি কৰি বিভিন্ন সামাজিক বিষয় সম্পৰ্কে বস্তুনিষ্ঠ আৰু জীৱন্ত চিন্তাৰ বাবে এখন মুকলি মঞ্চৰ সৃষ্টি কৰাই মুক্ত চিন্তাৰ প্ৰধান উদ্দেশ্য। অসমৰ উদাৰ-মানৱতাবাদী আৰু বাঁও-গণতান্ত্ৰিক, সমাজচিন্তাৰ এই উভয় ধাৰাৰে বৌদ্ধিক অৱদানসমূহক আমি মূল্যৱান তথা বিবেচনাযোগ্য বুলি গণ্য কৰো। কিন্তু একে সময়তে আমি এই কথাও অনুভৱ কৰো যে আমাৰ প্ৰতিষ্ঠিত ভাবধাৰাসমূহক নতুন আৰু অধিক সমালোচনাত্মক দৃষ্টিভংগী তথা তত্ত্বৰে পুনৰ্বিশ্লেষণ কৰাটো পৰিবৰ্তিত সামাজিক-ৰাজনৈতিক পৰিস্থিতিয়ে জৰুৰী বুলি দাবী কৰিছে। এনে পুনৰ্বিশ্লেষণৰ অভাৱৰ বাবেই হয়তো আমাৰ বিভিন্ন প্ৰতিষ্ঠিত ভাবধাৰাসমূহলৈ একপ্ৰকাৰ যান্ত্ৰিকতা আৰু কূপমণ্ডূকতা আহি পৰিছে – যিসমূহক নতুন মৌলিক চিন্তাৰ সতেজ স্পৰ্শইহে গতিময়তা প্ৰদান কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। গতিকে বস্তুনিষ্ঠ চিন্তাৰ বাবে এখন অনলাইন মঞ্চৰ যোগান ধৰা আৰু সমান্তৰালভাৱে নতুন নতুন দৃষ্টিভংগীৰ কৰ্ষণৰ বাবে এক উৰ্বৰ পৰিবেশৰ সৃষ্টি কৰা, এই দুটাই হ’ল মুক্ত চিন্তাৰ মূল আদৰ্শ। <ref>http://muktosinta.org/about/</ref>
 
=='মুক্ত চিন্তা'ৰ বিভিন্ন শিতানসমূহ==
প্ৰথম পৃষ্ঠা, সম্পাদকীয়, সূচী, কেন্দ্ৰীয় নিবন্ধ, শিল্প-কলা-সংস্কৃতি, বিজ্ঞান-প্ৰযুক্তি, গল্প-কবিতা, বিশ্বাস-অবিশ্বাস, বিবিধ চিন্তা, অনুবাদ, গল্প কবিতা প্ৰবন্ধ উপন্যাস, সাক্ষাৎকাৰ,আলোকচিত্ৰ আদি৷আদি।
 
=='মুক্ত চিন্তা'ৰ অন্যান্য আঁচনি==
অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বিভিন্ন সমলেবাৰ ইউনিক'ডলৈ ৰূপান্তৰণ কৰাটো মুক্ত চিন্তাৰ অন্যতম লক্ষ্য৷লক্ষ্য। সেইদৰে সমাজত বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে সকলোশ্ৰণীৰ মানুহৰ বাবে ডিজিটেল ৰূপত তথ্য সংৰক্ষণৰ ব্যৱস্থা কৰাটো মুক্ত চিন্তাৰ প্ৰধান আঁচনি৷আঁচনি।
 
==তথ্য সংগ্ৰহ==
{{reflist}}
 
[[শ্ৰেণী:অসম সম্পৰ্কীয় ৱেবছাইট]]
25,422

টা সম্পাদনা