নীৰজ চোপ্ৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎প্ৰাৰম্ভিক জীৱন: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
→‎top: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
42 নং শাৰী:
| updated = ৭ আগষ্ট ২০২১
}}
'''চুবেদাৰ নীৰজ চোপ্ৰা''' ({{Lang-en|Neeraj Chopra}}; জন্ম: ২৪ ডিচেম্বৰ ১৯৯৭)<ref name="DOB"/> হৈছে ভাৰতীয় [[ট্ৰেক এণ্ড ফিল্ড]] খেলুৱৈ আৰু [[ভাৰতীয় সেনা]]ৰ এগৰাকী জুনিয়ৰ কমিছনডকমিছণ্ড বিষয়া (JCO)। তেওঁ ট্ৰেক এণ্ড ফিল্ডৰ জেভলীন থ্ৰ' খেল খেলে। নীৰজ চোপ্ৰাৰ জেভলীন থ্ৰ'ৰ শ্ৰেষ্ট প্ৰদৰ্শন হৈছে ৮৮.০৭ মিটাৰ। তেওঁ ২০২০ টকিঅ' অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্বলৈ জেভলীন দলিয়াই সোণৰ পদক লাভ কৰে।<ref>{{Cite web|last1=PatialaMarch 5|first1=India Today Web Desk|last2=March 5|first2=2021UPDATED|last3=Ist|first3=2021 19:01|title=Neeraj Chopra breaks his own national record with 88.07m javelin throw at Indian Grand Prix|url=https://www.indiatoday.in/sports/other-sports/story/neeraj-chopra-breaks-his-own-national-record-with-88-07m-javelin-throw-at-indian-grand-prix-1776097-2021-03-05|access-date=2021-07-16|website=India Today|language=en}}</ref> ২০১৮ চনৰ কমনৱেলথ গেমছত তেওঁ দেশৰ পতাকা ধাৰণ কৰিছিল।<ref>{{Cite news|url=https://indianexpress.com/article/sports/asian-games/neeraj-chopra-india-flag-bearer-asian-games-2018-5300319/|title=Neeraj Chopra to be India's flag-bearer at Asian Games opening ceremony|date=10 August 2018|work=The Indian Express|access-date=15 August 2018}}</ref><ref>{{Cite news|url=https://m.hindustantimes.com/other-sports/asian-games-2018-javelin-star-neeraj-chopra-named-india-s-flag-bearer-for-opening-ceremony/story-b0iE0f5bVFIgPsE2wxkfTO.html|title=Asian Games 2018: Javelin star Neeraj Chopra named India's flag-bearer for opening ceremony|date=10 August 2018|work=Hindustan Times|access-date=15 August 2018}}</ref> তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিত, তেওঁ ২০১৬ চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ খিতাপ জয় কৰিছিল আৰু বিশ্বৰ ২০ বছৰৰ তলৰ ৮৬.৪৮ মিটাৰ অভিলেখ গঢ়িছিল। তেওঁ হৈছে জুনিয়ৰ শাখাৰ ট্ৰেক এণ্ড ফিল্ডত বিশ্ব খিতাপ জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ।
 
টকিঅ'ত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ সময়ত তেওঁ কিলাকুটিত আঘাত পাইছিল, তথাপি তেওঁ ৮৭.৮৬ মিটাৰ থ্ৰ' কৰি টকিঅ' অলিম্পিকলৈ নিৰ্বাচিত হৈছিল। তাৰ পিছত তেওঁ ৮৬.৬৫ মিটাৰ প্ৰদৰ্শন কৰি অৰ্হতা ৰাউণ্ডত যোগ্যতা অৰ্জন কৰিছিল আৰু ফাইনেলত প্ৰৱেশ কৰিছিল। ফাইনেলত তেওঁ ৮৭.৫৮ মিটাৰ দলিয়াই ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। [[অভিনৱ বিন্দ্ৰা]]ৰ পিছত অলিম্পিকৰ যিকোনো ব্যক্তিগত খেলত সোণৰ পদক জয় কৰা তেওঁ হৈছে দ্বিতীয়জন ভাৰতীয় খেলুৱৈ।<ref>{{Cite web|last1=July 10|first1=Suhani Singh Mumbai|last2=July 19|first2=2021 ISSUE DATE|last3=July 15|first3=2021UPDATED|last4=Ist|first4=2021 14:13|title=Spearing ahead {{!}} Neeraj Chopra|url=https://www.indiatoday.in/magazine/cover-story/story/20210719-spearing-ahead-neeraj-chopra-1825904-2021-07-10|access-date=2021-07-16|website=India Today|language=en}}</ref><ref>{{Cite web|date=2021-08-07|title=Neeraj Chopra Men's Javelin Throw Live Updates, Tokyo Olympics: Neeraj Throws 87.58, 1st on Board in Gold Position|url=https://www.news18.com/news/sports/neeraj-chopra-men-javelin-throw-live-updates-score-tokyo-olympics-india-athletics-latest-news-result-neeraj-live-streaming-details-4056974.html|access-date=2021-08-07|website=News18|language=en}}</ref>