নকুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: thumb|নকুল হিন্দু পুৰাণ মহাভাৰতত '''নকুল''' (অৰ্থ: 'বংশৰ আটাইতকৈ সুদৰ্শন',<ref>{{বই উদ্ধৃতি|শেষাংশ=Parmeshwaranand|প্ৰথমাংশ=Swami|শিৰোনাম=Encyclopaedic dictionary of Purāṇas|ইউআৰএল=https://archive.org/details/bub_gb_6F0ZIBIL2ZAC|...
 
No edit summary
1 নং শাৰী:
[[File:Nakula Pandava.jpg|thumb|নকুল]]
 
[[হিন্দু]] পুৰাণ [[মহাভাৰত|মহাভাৰতত]] '''নকুল''' (অৰ্থ: 'বংশৰ আটাইতকৈ সুদৰ্শন',<ref>{{বই উদ্ধৃতি|শেষাংশ=Parmeshwaranand|প্ৰথমাংশ=Swami|শিৰোনাম=Encyclopaedic dictionary of Purāṇas|ইউআৰএল=https://archive.org/details/bub_gb_6F0ZIBIL2ZAC|বছৰ=2001|প্ৰকাশক=Sarup & Sons|অবস্থান=New Delhi|আইএসবিএন=9788176252263|পাতাসমূহ=900|সংস্কৰণ=1st ed.}}</ref>) আছিল চতুৰ্থ [[পাণ্ডৱ]]। নকুল আৰু তেওঁৰ যমজ ভাই [[সহদেৱ]] ৰাণী [[মাদ্ৰী|মাদ্ৰীৰ]] গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্বিনী-কুমাৰদ্বয়ক আহবান কৰে। অশ্বিনী-কুমাৰদ্বয়ে মাদ্ৰীক বৰ দিয়ে যে তাইৰ দুটা পুত্ৰ উপজিব। ৰাণী যমজ পুত্ৰসহ গৰ্ভৱতী হয় তথা নকুল আৰু সহদেৱক জন্ম দিয়ে। <ref>{{বই উদ্ধৃতি|শিৰোনাম=India through the ages|ইউআৰএল=https://archive.org/details/indiathroughages00mada|শেষাংশ=Gopal|প্ৰথমাংশ=Madan|বছৰ= 1990| পাতা= [https://archive.org/details/indiathroughages00mada/page/73 73]|সম্পাদক=K.S. Gautam|প্ৰকাশক=Publication Division, Ministry of Information and Broadcasting, Government of India}}</ref>
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/নকুল"ৰ পৰা অনা হৈছে