গাখীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণীভুক্তি
No edit summary
6 নং শাৰী:
মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকেলা [[স্তন্যপায়ী প্ৰাণী]]য়ে গ্ৰহণ কৰে । শিশুৱে যেতিয়া নিজে আন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে । মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায় ।
=== মানুহৰ দ্বাৰা খাদ্যা প্ৰস্তুত কৰাত ===
মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতিয়াকৈ খাবলৈ ব্যবহাৰ কৰে । [[তৃণভোজী প্ৰাণী]]ৰ ভিতৰত [[গৰু]] আৰু [[মহ]]ৰ গাখীৰ বেছি প্ৰচলন । [[ভেড়া]], [[ছাগলী]], [[মেথুন]] আদি প্ৰাণীৰো গাখীৰ ব্যবহাৰ কৰা হয় । গাখীৰৰ পৰা [[ক্ৰীম]], [[বাটাৰ]], [[ঘী]], [[পনীৰ]], [[চিজ]], [[আইচ ক্ৰীম]] আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয় । ইয়াৰ উপিৰওউপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যবহাৰ কৰা হয়।
 
 
[[শ্ৰেণী:পাকঘৰখাদ্য]]
 
[[af:Melk]]
"https://as.wikipedia.org/wiki/গাখীৰ"ৰ পৰা অনা হৈছে