জগজিৎ সিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{ infobox writer | name = জগজিৎ সিং | image = Jagjit+Singh.jpg | imagesize = 250px | alt = | caption = | ...
 
41 নং শাৰী:
 
==সংগীত জীৱন==
সৰুৰে পৰাই জগজিৎ সিঙৰ গানৰ প্ৰতি আকৰ্ষণ আছিল৷ গানৰ প্ৰতি আগ্ৰহ দেখি তেওঁৰ পিতৃয়ে পণ্ডিত চগনলাল শৰ্মাৰ ওচৰত গান শিকাৰ ব্যৱস্থা কৰি দিয়ে৷ জগজিৎ সিঙে ওস্তাদ জামাল খাঁৰ ওচৰত ছবছৰকাল সংগীত শিকে, লাভ কৰে খেয়াল থুমৰী, ধ্ৰুপদত পাৰদৰ্শিতা৷ জগজিৎ সিঙে তেওঁৰ সাংগীতিক যাত্ৰা গুৰুদ্বাৰত ভক্তিগীত 'শৱদ' গাই আৰম্ভ কৰিছিল৷ জলন্ধৰ অনাতাঁৰ কেন্দ্ৰতো গায়ক হিচাপে সুযোগ লাভ কৰা জগজিৎ সিঙে মুম্বাইলৈ নেপথ্য শিল্পী হিচাপে যোগদানৰ বাবে ১৯৬১ চনত আহে যদিও সেইবাৰ তেওঁ সফল হ'ব পৰা নাছিল৷ সেয়ে ১৯৬৫ চনত পুনৰ [[মুম্বাই]]ত উপস্থিত হয়৷ সেই সময়তে তেওঁ এইচ এম ভিত দুটা গজল ৰেকৰ্ড কৰাৰ সুবিধা লাভ কৰে৷ <ref>http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref>
 
==মৃত্যু==
"https://as.wikipedia.org/wiki/জগজিৎ_সিং"ৰ পৰা অনা হৈছে