ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

122 নং শাৰী:
{{policy shortcut|WP:BALL|WP:CBALL|WP:CRYSTAL|WP:FUTURE|WP:NOTCRYSTAL|WP:NOTCRYSTALBALL|WP:SPECULATION}}
 
ৱিকিপিডিয়া [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|অপ্ৰমাণিত]] তথ্য বা ভৱিষ্যতবাণীৰ সংকলন নহয়। ভৱিষ্যতে ঘটিব বুলি ভবা সকলো ঘটনা সম্বলিত প্রবন্ধবোৰৰপ্ৰবন্ধবোৰৰ তথ্যসমূহ পৰীক্ষাযোগ্য হ'ব লাগিব। বিষয়টোও বৃহৎসংখ্যক পাঠকৰ বাবে আকৰ্ষণীয় হ'ব লাগিব। ই এনে হোৱা উচিৎ যাতে ভৱিষ্যতবাণী কৰা ঘটনাটো/বিলাক ঘটিলে ই প্রাসংগিকপ্ৰাসংগিক হয়। কোনো প্রস্তাবপ্ৰস্তাব, আঁচনী আদি ভৱিষ্যতে সফল বা অসফল হ'লে কি হ'ব সেই সম্পৰ্কীয় আলোচনাৰ উল্লেখ উপযোগী হ'ব পাৰে যদিহে এনে আলোচনা প্রকৃতপ্ৰকৃত তথ্যৰ ওপৰত আধাৰিত হয়। সংকলকে [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|নিজা মতামত আৰু বিশ্লেষণ]] প্রদানপ্ৰদান কৰাৰ পৰা বিৰত থাকিব লাগে। ভৱিষ্যৎবাণী, পূৰ্বানুমান বা ধাৰণা (theory) উপযুক্ত মান্য উৎসৰ পৰা দিব পৰা যায়, কিন্তু সংকলকে কোনো বিশেষ দৃষ্টিভংগীৰ প্রতিপ্ৰতি পাঠকৰ মনত [[WP:UNDUE|অনুচিত পূৰ্বধাৰণা (bias)]] যাতে সৃষ্টি নহয় তাৰ প্রতিপ্ৰতি লক্ষ্য ৰাখিব লাগিব। ভৱিষ্য-প্রসংগপ্ৰসংগ সম্পৰ্কীয় প্রবন্ধসমূহপ্ৰবন্ধসমূহ(forward looking articles) যেনে অ-উন্মোচিত পণ্য যেনে চিনেমা বা ক্রীড়ানুষ্ঠানক্ৰীড়ানুষ্ঠান আদিৰ ক্ষেত্ৰত [[Wikipedia:Spam|স্পাম বা ব্যৱসায়ীক প্রচাৰপ্ৰচাৰ]] বা অপ্রামাণিকঅপ্ৰামাণিক দাবী (চিনেমাৰ ক্ষেত্রতক্ষেত্ৰত [[WP:NFF]] চাওক) এৰাই চলা উচিত। বিশেষকৈ:
 
 
128 নং শাৰী:
Wikipedia is not a collection of [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|অপ্ৰমাণিত]] speculation. All articles about anticipated events must be verifiable, and the subject matter must be of sufficiently wide interest that it would merit an article if the event had already occurred. It ''is'' appropriate to report discussion and arguments about the prospects for success of future proposals and projects or whether some development will occur, if discussion is properly referenced. It is ''not'' appropriate for editors to insert [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|নিজা মতামত আৰু বিশ্লেষণ]]. Predictions, speculation, forecasts and theories stated by reliable, expert sources or recognized entities in a field may be included, though editors should be aware of creating [[WP:UNDUE|undue bias]] to any specific point-of-view. In forward-looking articles about unreleased products, such as films and games, take special care to avoid [[Wikipedia:Spam|advertising]] and unverified claims (for films, see [[WP:NFF]]). In particular:
-->
# ব্যক্তিগত '''ভৱিষ্যতে হ'বলগীয়া অনুস্থান'''বোৰ উল্লেখনীয় আৰু প্রায়প্ৰায় থিৰাং হ'লেহে সংকলিত কৰা উচিত। সংশ্লিষ্ট তাৰিখবিলাক অনুস্থানটো প্রকৃততেপ্ৰকৃততে সংঘটন নোহোৱালৈকে '''অনিশ্চিত।''' এনেধৰণৰ ঘটনাৰ পূৰ্বানুমান আদি দিলেও উপযুক্ত প্রসংগপ্ৰসংগ সূত্রসূত্ৰ আদি উল্লেখ কৰা বাঞ্চনীয়। এনে প্রবন্ধৰপ্ৰবন্ধৰ উদাহৰণ হিচাবে [[:en:United States presidential election, 2012|2012 U.S. presidential election]], [[:en:2020 Summer Olympics|2020 Summer Olympics]] আদি লক্ষণীয়। ইয়াৰ বিপৰীতে [[:en:United States presidential election, 2020|2020 U.S. presidential election]], [[:en:2036 Summer Olympics|2036 Summer Olympics]] আদি তেনে প্রবন্ধপ্ৰবন্ধ নহবও পাৰে যদিহে ইয়াত উল্লিখিত ঘটনাসমূহৰ বিষয়ে থিৰাংকৈ ক'ব পৰা নাযায়।