২২ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 নং শাৰী:
# ১৬০২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ মোগল ইতিহাসবিদ তথা সম্ৰাট আকবৰৰ মন্ত্ৰী আবুল ফজলক আততায়ীয়ে হত্যা কৰে।
# ১৮১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল [[ৱাৰেন হেষ্টিংছ]]ৰ মৃত্যু হয়।
 
==অনান্য==
# ১৮১৯ চনৰ আজিৰ দিনটোতে [[আটলাণ্টিক মহাসাগৰ]] অতিক্ৰম কৰাৰ উদ্দেশ্যে প্ৰথম বাষ্পচালিত জাহাজ ‘‘ছাভানা’’ই যাত্ৰা আৰম্ভ কৰিছিল।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/২২_আগষ্ট"ৰ পৰা অনা হৈছে