১ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

13 নং শাৰী:
==জন্ম==
* ১৮৫৬ - ছৰ্গেই ৱিনোগ্ৰাদস্কি (Sergei Winogradsky), ৰাছিয়ান পৰিৱেশ আৰু জীৱ বিজ্ঞানী, জৈৱ ভূ-ৰাসায়নিক চক্ৰৰ (Biogeochemical cycle) বাবে বিখ্য়াত।
* ১৮৫৮ - কাৰ্ল আউৱাৰ ভন ৱেলছবাখ (Carl Auer von Welsbach), অষ্ট্ৰিয়ান বিজ্ঞানী আৰু উদ্ভাৱক।
* ১৮৯৬ - শ্ৰীল প্ৰভুপাদ, ইছকনৰ (ISKCON) প্ৰতিষ্ঠাতা।
* ১৯২৩ - ৰকী মাৰ্ছিয়ান', আমেৰিকাৰ বক্সিং খেলুৱৈ, অপৰাজেয় হেভিৱেইট বক্সিং চেম্পিয়ন আছিল (১৯৫২-৫৬)। (মৃঃ [[৩১ আগষ্ট]], ১৯৬৯)