১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

১ ছেপ্টেম্বৰ (ইংৰাজী: 1 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৪তম (অধিবৰ্ষত ২৪৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী সম্পাদনা কৰক

  • ১৯৪৭ - ভাৰতীয় মান সময় নিদ্ধাৰণ কৰা হৈছিল। [1]
  • ১৯৫১ - এনজাছ (ANZUS) চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত স্বাক্ষৰিত হৈছিল।
  • ১৯৫২ - 'ড্য অল্ড মেন এণ্ড ড্য ছি'ৰ উপন্যাসখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পায়। এই উপন্যাস খনৰ ৰচক আছিল আৰ্ণেষ্ট হেমিঙ্গৱে। 'ড্য অল্ড মেন এণ্ড ড্য ছি' য়ে পুলিটজাৰ বঁটাও লাভ কৰিছিল।
  • ১৯৫৬ - চনৰ এই তাৰিখৰ পৰাই ভাৰতীয় জীৱন বীমা নিগমৰ কাম কাজ আৰম্ভ কৰা হৈছিল।
  • ১৯৬১ - যুগুস্লেভিয়াৰ বেলগ্ৰেডত নন এলাইনড্(Non-Aligned) ৰাষ্ট্ৰসমূহৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল।
  • ১৯৮০ - 'চয়-ক্যো-হাহ'ৰ ইস্তাফাৰ পাচতেই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় চ্চুন-দো-হোৱান।
  • ১৯৮২ - যুক্তৰাষ্ট্ৰত এয়াৰ ফৰ্চ স্পেছ কমাণ্ডে (Air Force Space Command) প্ৰতিষ্ঠা লাভ কৰিছিল।
  • ১৯৮৫ - সমুদ্ৰপৃষ্ঠত নিৰুদ্দিষ্ট টাইটানিক জাহাজৰ ছবি ৭৩ বছৰ পিছত পোহৰলৈ আহিছিল।
  • ১৯৯১ - ছোভিয়েট ইউনিয়নৰ পৰা উজবেকিস্তানে স্বাধীনতা লাভ কৰিছিল।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক



তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "1st September 1947: Indian Standard Time is introduced". Maps of India. https://www.mapsofindia.com/on-this-day/1st-september-1947-indian-standard-time-is-introduced.