১১ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

3 নং শাৰী:
==ঘটনাৱলী==
* ১৮৯৩ - [[স্বামী বিবেকানন্দ]]ই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল।
* ১৮৭৭ - [[জেমছ জীনছ]], ইংৰাজ পদাৰ্থ বিজ্ঞানী, জ্য়োতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ।
* ১৯৭৮ - [[ইৰাণ]]ত হোৱা বিধ্বংসী ভূঁইকঁপৰ ফলত চৰকাৰী তথ্যমতে ১১,০০০ লোকৰ মৃত্যু হৈছিল।
* ২০০১ - সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত [[নিউয়ৰ্ক]]ৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়।
* ২০০৭ - প্রথমপ্ৰথম টুয়েন্টিটুয়েণ্টি ২০ (T20) বিশ্বকাপ ক্রিকেটক্ৰিকেট আৰম্ভ হয়।
 
==জন্ম ==