১১ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২১ |
১১ ছেপ্টেম্বৰ (ইংৰাজী: 11 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৪তম (অধিবৰ্ষত ২৫৫তম) দিন। বছৰ শেষ হ'বলৈ ১১১ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্মসম্পাদনা কৰক
- ১৮৮৫ চনৰ আজিৰ দিনটোতে ঔপন্যাসিক, কবি গল্পকাৰ ডি এইচ লৰেন্সৰ ইংলেণ্ডত জন্ম হয়।
- ১৮৯৫ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ প্ৰধান শিষ্য ভাৰতৰত্ন আচাৰ্য ‘‘বিনোৱা ভাৱে’’ৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
- ১৯৩৩ চনৰ আজিৰ দিনটোতে ইংৰাজ মিছনেৰী, বিশিষ্ট সমাজ সেৱিকা সংস্কাৰক এনি বেছান্তৰ মৃত্যু হয়।
- ১৯৪৮ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ জন্মদাতা মহম্মদ আলী জিন্নাৰ মৃত্যু হয়।
অনান্যসম্পাদনা কৰক
- ১৮৯৩ চনৰ আজি দিনটোতে স্বামী বিবেকানন্দই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল।
- ১৯৭৮ চনত ইৰাণত হোৱা বিধ্বংসী ভূঁইকঁপৰ ফলত চৰকাৰী তথ্যমতে ১১,০০০ লোকৰ মৃত্যু হৈছিল আজিৰ দিনটোতে।
- ২০০১ চনৰ আজিৰ দিনটোতে সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত নিউয়ৰ্কৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১১ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |