অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
5 নং শাৰী:
|image = অনুৰাধা শৰ্মা পূজাৰী.jpg|200 px
|caption =
|birth_date = ১৯৬৪ চন
|birth_place =
|death_date =
16 নং শাৰী:
|website =
}}
অনুৰাধা শৰ্মা পূজাৰী(জন্ম ১৯৬৪ চন) [[অসম]]ৰ নতুন প্ৰজন্মৰ অন্যতম শক্তিশালী লেখিকা। ১৯৮৭ চনত তেখেতে [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰ পৰা [[সমাজ শাস্ত্ৰ]] বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত [[কলিকতা]]ৰ পৰা [[সাংবাদিকতা]]ৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত [[পশ্চিমবংগ]] বোলছবি কেন্দ্ৰ,তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি [[কলিকতা]]ৰ একাডেমী অব ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত [[গুৱাহাটী]]ৰ পৰা প্ৰকাশিত ‘[[আমাৰ অসম]]’ কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান ‘[[সাদিন]]’ কাকতৰ সম্পাদক হিছাপে কাৰ্য্যৰত হৈ আছে। ‘চাহেব পুৰাৰ বৰষুণ’ নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে [[অসম সাহিত্য সভা]]ৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে ।
==সাহিত্য কৰ্মৰাজি==
===উপন্যাস===