১৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{আজিৰ দিনটো|14|9|257}}
 
==ঘটনাৱলী==
# ১৮৯৭ চনৰ আজিৰ দিনটোতে [[বাল গংগাধৰ তিলক]]ক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল।
# অনুৰাগ বসু লিখিত আৰু পৰিচালিত [[বৰ্ফি! ]] কথাছবিখনে মুক্তি পাইছিল ২০১২ চনৰ আজিৰ দিনটোতে।
# ১৯৯৪ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে।
# ১৯৩৯ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে।
# চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল ১৯৫৯ চনৰ আজিৰ দিনটোতে।
# ১৯৫৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎ ক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা-৩ চন্দ্ৰত অৱতৰণ কৰে।
# ১৯৯৮ চনৰ আজিৰ দিনটোতে কিৰিবাটি আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য অন্তৰ্ভুক্ত হয়।
 
==জন্ম==
# ১৮৪৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ জীৱ বিজ্ঞানী [[আইভান পেট্ৰোভিচ]]ৰ জন্ম হয়। তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
Line 9 ⟶ 19:
# ২০০৪ চনৰ আজিৰ দিনটোতে আৰক্ষী বিষয়া আৰু জনপ্ৰিয় লেখক [[খবিৰ আহমেদ]]ৰ মৃত্যু হয়।
# অসমৰ বৃহত্তম নদীদ্বীপ মাজুলীত নব্বৈৰ দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, আৰু ১৯৯৭ চনত সমাজকৰ্মী [[সঞ্জয় ঘোষ]]ক অপহৰণ কৰি হত্যা কৰিছিল। এই ঘটনাৰ আধাৰত নিৰ্মাণ কৰা ‘‘[[এখন নেদেখা নদীৰ সিপাৰে]]’’ অসমীয়া চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল ২০১২ চনৰ আজিৰ দিনটোতে। পৰিচালক আছিল বিদ্যুত কটকী।
 
==দিৱস==
 
==অনান্য==
 
# ১৮৯৭ চনৰ আজিৰ দিনটোতে [[বাল গংগাধৰ তিলক]]ক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল।
# অনুৰাগ বসু লিখিত আৰু পৰিচালিত [[বৰ্ফি!]] কথাছবিখনে মুক্তি পাইছিল ২০১২ চনৰ আজিৰ দিনটোতে।
# ১৯৯৪ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে।
# ১৯৩৯ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে।
# চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল ১৯৫৯ চনৰ আজিৰ দিনটোতে।
# ১৯৫৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎ ক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা-৩ চন্দ্ৰত অৱতৰণ কৰে।
# ১৯৯৮ চনৰ আজিৰ দিনটোতে কিৰিবাটি আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য অন্তৰ্ভুক্ত হয়।
 
[[শ্ৰেণী:ছেপ্টেম্বৰ]]