হৰি বৰকাকতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: {{সম্পাদনা দ্বন্দ}} {{infobox writer | name = হৰি বৰকাকতি | image = | imagesize = 200px | alt = | caption = | pseudonym = | birth_name = | Parents_name = | birth_date = ১৯২৯ চন | birth_place = অসম | death_date = ২০০৬ চন | death_place = | occupation = | nationality = ভাৰতীয় | eth...
(কোনো পাৰ্থক্য নাই)

07:37, 15 September 2021ৰ সংস্কৰণ

হৰি বৰকাকতি (সাঁচ:ইংৰাজী:HORI BORKAKOTI) এজন সমসাময়িক কবি সকলৰ ভিতৰত তেখেতৰ কবিতা এক ব্যতিক্ৰম। আধুনিক অসমীয়া কবি সকলৰ ভিতৰত হৰি বৰকাকতি আগশাৰী কবি । তেঁও পঞ্চম আৰু ষাঠি দশকৰ এগৰাকী উল্লেখনীয় কবি আছিল। তেখেতৰ কবিতা পুথি প্ৰায় পাঁচখন প্ৰকাশ পাইছিল।

হৰি বৰকাকতি
জন্ম ১৯২৯ চন
অসম
মৃত্যু ২০০৬ চন
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম

হৰি বৰকাকতিৰ জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দত।

সাহিত্যৰাজি

কবিতা পুথি

  • কোনোবা শীতৰ এটি বগা সন্ধিয়াত(১৯৭০)
  • সাগৰ বালিৰ খোজ(১৯৮৯)
  • চিনাকি চিনাকি গোন্ধ(১৯৯৮)
  • হৰি বৰকাকতিৰ কবিতা(১৯৭৮)
  • ছিলেকটেড পয়েমছ(১৯৯৪)
  • কাগজৰ নাও(১৯৮২)

মৃত্যু

  • হৰি বৰকাকতিৰ মৃত্যু হৈছিল ২০০৬ চনৰ ২২ জুলাইত।
== তথ্যসূত্ৰ ==