কুশল কোঁৱৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
তথ্যসূত্ৰ টেগ
1 নং শাৰী:
{{More footnotes}}
{{Infobox person
| name=
Line 8 ⟶ 9:
| known_for = ভাৰতৰ স্বাধীনতা সংগ্রামৰ অন্যতম শ্বহীদ
|nationality=
}}
}}'''কুশল কোঁৱৰ''' হ'ল [[ভাৰতৰ স্বাধীনতা আন্দোলন]]ত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা [[অসম]]ৰ শেষৰজন শ্বহীদ ।
 
==জন্ম তথা প্রাৰম্ভিক জীৱন==
Line 22 ⟶ 24:
==ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্রামত কুশল কোৱঁৰ==
স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বৰ্জন আন্দোলনত নামি পৰা বাগিচাৰ কাম ত্যাগ কৰে সামাজিক কাম কৰাৰ স্বাৰ্থত । গোলাঘাট জিলা [[কংগ্ৰেছ]]ৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰা কুশল কোঁৱৰে অহিংস আন্দোলনত সদায় গুৰুত্ব দিছিল আৰু হিংসাত্মক পন্থাত তেওঁ অবিশ্বাসী আছিল । কিন্তু সৰুপথাৰৰ ৰেল দুৰ্ঘটনা ঘটোৱা দলৰ দলপতি বুলি তেওঁক ১৯৪২ ৰ তিনি নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হয় । তেওঁৰ বিৰুদ্ধে বিচাৰ চলিল আৰু দুৰ্ঘটনাৰ এক নম্বৰ আছামী বুলি অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হয় ।
 
==মৃত্যু==
১৯৪৩ চনৰ ১৫ জুনৰ পুৱা কুশল কোঁৱৰক ফাঁচী দিয়া হয় ।
 
==তথ্যসূত্র==
==তথ্যসুত্র==
* [http://www.atributetosankaradeva.org/Kushal.pdf]Kushal Konwar-The only martyr to be hanged in 1942, Jolly Saikia Gogoi
* [http://www.assaminfo.com/famous-people/21/kushal-konwar-or-swahid-kushal-konwar-or-martyr-kushal-konwar.htm]