আলজেমাৰ ৰোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
2 নং শাৰী:
|Name=আলজেমাৰ ৰোগ
|Image=Alzheimer's_disease_brain_comparison.jpg
|Caption= এটা সাধাৰণ মগজু (বাঁও) আৰু এজন আলজেমাৰ ৰোগীৰ মগজুৰ (সোঁ) তুলনা। পাৰ্থক্য দেখুওৱা লক্ষণবোৰ প্ৰদৰ্শন কৰা হৈছে।
|Field=[[Neurology]]
|DiseasesDB=490
16 নং শাৰী:
|}}
<!-- Definition and symptoms -->
'''আলজেমাৰ ৰোগ''' {{En|Alzheimer's disease|('''AD'''), '''Alzheimer disease''', বা চমুকৈ '''Alzheimer's''' বুলিও কোৱা হয়। }} হৈছে এক প্ৰকাৰৰ স্নায়বিক ৰোগ।<ref name=BMJ2009/> ইয়াৰ প্ৰধান লক্ষণ হৈছে শেহতীয়া ঘটনাৱলী সোঁৱৰণ (তৎকালীন স্মৃতি) কৰাত অসুবিধা হোৱা।<ref name=BMJ2009>{{cite journal|author=Burns A, Iliffe S |title=Alzheimer's disease|journal=BMJ |date=5 February 2009|volume=338|pages=b158|pmid=19196745|doi=10.1136/bmj.b158}}</ref> ৰোগৰ প্ৰাৱল্য বৃদ্ধি হোৱাৰ লগে লগে [[primary progressive aphasia|ভাষাৰ সমস্যা]], [[উৎসাহ]] হেৰাই যোৱা, [[challenging behaviour|আচৰণগত সমস্যা]] আদিয়েও দেখা দিয়ে।<ref name=BMJ2009/> ৰোগীৰ অৱস্থাৰ অধিক অৱনতি হ'লে, তেওঁলোকক প্ৰায়ে পৰিয়াল আৰু সমাজৰ পৰা বহিস্কাৰবহিষ্কাৰ কৰা হয়।<ref name=BMJ2009/> ক্ৰমান্নয়ে, দৈহিক কাৰ্যকাৰিতা লুপ্ত হয় আৰু ৰোগীজন মৃত্যুমুখত পৰে।<ref name="nihstages">{{cite web|title=About Alzheimer's Disease: Symptoms|url=http://www.nia.nih.gov/alzheimers/topics/symptoms|publisher=National Institute on Aging|accessdate=28 December 2011}}</ref> যদিও ৰোগ বৃদ্ধিৰ হাৰ ভিন্ন, গড় হিতাপে ৰোগী নৰ পৰা দহ বছৰৰ ভিতৰত মৃত্যুমুখত পৰে।<ref>{{cite journal|author= Todd S, Barr S, Roberts M, Passmore AP |title=Survival in dementia and predictors of mortality: a review|journal=International Journal of Geriatric Psychiatry|date=November 2013|volume=28|issue=11|pages=1109–24|pmid=23526458|doi=10.1002/gps.3946}}</ref>
 
<!-- Cause, diagnosis and prevention -->
আলজেমাৰ ৰোগৰ কাৰকসমূহ সম্পূৰ্ণৰূপে বুজা গৈছে।<ref name=BMJ2009/> প্ৰায় ৭০% ৰোগৰ কাৰণ [[বংশগত]] বুলি বিশ্বাস কৰা হয়; সাধাৰণতে বহুতো [[জিন]] জড়িত হৈ থাকে।<ref name=Lancet2011/> অন্যান্য কাৰকবোৰ হৈছে [[মূৰৰ আঘাটআঘাত]], [[অৱসাদ]], বা [[দুঃচিন্তাদুশ্চিন্তা]]।<ref name=BMJ2009/> এই ৰোগ [[মগজু]]ৰ [[Senile plaques|plaques]] আৰু [[Neurofibrillary tangle|tangles]]ৰ লগত জড়িত।<ref name=Lancet2011>{{cite journal |vauthors=Ballard C, Gauthier S, Corbett A, et al. |title=Alzheimer's disease.|journal=Lancet|date=19 March 2011|volume=377|issue=9770|pages=1019–31|pmid=21371747|doi=10.1016/S0140-6736(10)61349-9}}</ref> ৰোগৰ ইতিহাস আৰু [[মেডিকেল ইমেজিং]] আৰু [[ৰক্ত পৰীক্ষা]]ৰ দ্বাৰা অন্য সম্ভাৱনীয় কাৰক নিৰ্ধাৰণৰ [[সংজ্ঞানাত্মক অভীক্ষা]] ভিত্তিত ইয়াৰ চিকিৎসা কৰা হয়।<ref>{{cite web|title=Dementia diagnosis and assessment|url=http://pathways.nice.org.uk/pathways/dementia/dementia-diagnosis-and-assessment.pdf|publisher=National Institute for Health and Care Excellence (NICE) |accessdate=30 November 2014}}</ref> মগজুৰ কলা পৰীক্ষা কৰি ৰোগ নিৰ্ধাৰণ কৰা হয়।<ref name=Lancet2011/> নিয়মিত [[Mental exercise|মানসিক]] আৰু [[শাৰীৰিক ব্যায়াম]] কৰিলে আৰু [[মেদবহুলতা]]ৰ পৰা আঁতৰত থাকিলে এই ৰোগৰ সম্ভাৱনা বহু হ্ৰাস পায়।<ref name=Lancet2011/>
 
== তথ্য সংগ্ৰহ ==