এটা দ্বীপ সাতটা কবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
tag
 
1 নং শাৰী:
{{unreferenced}}
{{Infobox book
| name = এটা দ্বীপ সাতটা কবৰ
Line 22 ⟶ 23:
}}
 
'''এটা দ্বীপ সাতটা কবৰ''' [[ৰঞ্জু হাজৰিকা]]ই ৰচনা কৰা এখন জনপ্ৰিয় [[অসমীয়া উপন্যাস]] এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ হৈছিল ২০০৩ চনত।
 
==লেখকৰ পৰিচয়==
[[ৰঞ্জু হাজৰিকাৰহাজৰিকা]]ৰ জন্ম ২৪ জুলাই, ১৯৫২ চনত। তেওঁ অসমৰ এজন লেখক। তেখেতৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা। [[শোণিতপুৰ জিলাৰজিলা]]ৰ মোনাবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰি হাজৰিকাই শৈশৱকাল কলিয়াবৰত[[কলিয়াবৰ]]ত পাৰ কৰে। মূলতঃ ভৌতিক আৰু থ্ৰিলাৰ কাহিনীৰ বাবে জনাজাত হাজৰিকাই কল্পবিজ্ঞান, সামাজিক, শিশু সাহিত্য, অভিযানমূলক, জ্যোতিষ আদি বিষয়তো বহু গ্ৰন্থ লিখি উলিয়াইছে। ১৯৭৩ চনত প্ৰথম উপন্যাস প্ৰকাশ কৰাৰে পৰা বৰ্তমানলৈ তেখেতৰ প্ৰায় ৭৫০খন গ্ৰন্থ প্ৰকাশ পাইছে।
 
==কাহিনীৰ সাৰাংশ==
ভাৰতবৰ্ষৰ[[ভাৰতবৰ্ষ]]ৰ বিজয়নগৰৰ তেতিয়া দিনৰ ৰজা আছিল সূৰ্য সিংহ। সূৰ্য সিংহৰ দুই পুত্ৰ জয় সিংহ আৰু দেৱ সিংহৰ লগত ভাৰতৰ পৰা আটলান্টিকআটলাণ্টিক মহাসাগৰেৰে পৃথিৱীৰ ভ্ৰমণৰ উদ্দেশ্যৰে ওলাই গৈছিল, জাহাজখনৰ নাম আছিল আটলান্টাআটলাণ্টা৷ এটা আইচৰ্গত খুন্দা মাৰি চূৰ্ণ-বিচূৰ্ণ হৈ যায় আৰু আৰু জাহাজৰ কেপ্তেইনজনৰ লগতে সূৰ্য সিংহৰ পুত্ৰ দেৱসিংহ সেই দ্বীপটোত পৰে, আৰু সেই দ্বীপটোতেই বিভিন্ন দেশৰ সাতজন ব্যক্তি গোট খাইখায়৷ প্ৰথমে তেওঁলোকে ভাবিছিল সেই দ্বীপটোত কোনো নাই আৰু ইয়াৰ পৰা ওলাই যোৱাটো অসম্ভৱ। সেয়ে তেওঁলোকে সাতটাসঁচাকৈয়ে কবৰ আগতীয়াকৈ খান্দিছিল,তেওঁলোকৰ সঁচাকৈয়ে মৃত্যু হ'ব বুলি ভাবি।ভাবি সাতটা কবৰ আগতীয়াকৈ খান্দিছিল। দিন বাগৰাৰ লগে লগে তেওঁলোক ৰজাৰ পুত্ৰৰ লগত গোটেই দ্বীপটো ঘূৰিলে আৰু লাহে-লাহে খাদ্যৰ নাটনিত পৰিলে। যাৰ ফলত তাৰে ২-৩ জনে মৃত্যুবৰণ কৰিলে। তেতিয়া সেই কবৰতেই তেওঁলোকৰ কবৰ দিয়া হৈছিল। তেওঁলোকৰ এজন এজন খাদ্য সংকটত এজন বেমাৰত পৰি, আকৌ এজন অক্টোপাচৰ কবলত পৰি মৃত্যু হয়। যি কেইজন বাকী থাকিল।থাকিল তেওঁলোকৰ মাজতো মনোমালিণ্যমনোমালিন্য ঘটিছিল যদিও দ্বীপটোও এখন ঘৰ হিচাপেই বাস কৰিছিল। তেওঁলোকে বুজিছিল যে হ'লেও তেওঁলোক লগতে থাকিব লাগিব। গতিকে দেৱসিংহৰ লগতে বাকীকেইজন লোক লগ হৈ আছিল। কিন্তু পিছলৈ তেওঁলোকৰ মাজৰো এজন-এজনকৈ মৃত্যু মুখত পৰে। শেষত থাকে দেৱসিংহৰ লগতে অন্য এজন লোক। বাকী ৬জনৰে মৃত্যু হয় আৰু সেই খান্দি ৰখা কবৰতে তেওঁলোকৰ নিথৰ দেহ পৰি ৰয়। শেষত এখন হেলিকপ্টাৰ আহি সেই দ্বীপত উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল। তেতিয়াই মাত্ৰ দুজন লোক জীয়াই আছিল। দেৱসিংহ আৰু আন এজনে বাছিম বুলি আশা কৰিছিল।কিন্তুকৰিছিল। কিন্তু সাত নম্বৰ জনে ৬নম্বৰ৬ নম্বৰ জনক কবৰ দি ঘূৰিব ধৰোতেইধৰোঁতেই দ্বীপটোত পূৰ্ণ হয় তেওঁৰ নিথৰ দেহাৰে। শেষত দ্বীপটোৰ পৰা অকল দেৱসিংহই সুকলমে উভতি আহিবপাৰেআহিব সুকলমে।পাৰে। এই উপন্যাসখনৰ পৰা বুজা যায় যে যদিহে জীয়াই থকাৰ প্ৰবল হেপাঁহহেঁপাহ মনত পুঁহি ৰখা হয় তেতিয়া তাৰ আগত মৃত্যুয়েও হাৰ মানে আকৌ যদিহে মৃত্যু নিশ্চিত হৈ থাকে তেওঁক ভগৱানেও বচাব নোৱাৰে‌।
 
==চৰিত্ৰসমূহ==
সূৰ্য সিংহ, জয় সিংহ , দেৱ সিংহ, যোছেফ ফাৰ্ণি
 
==তথ্য সংগ্ৰহ==