ফেমিনা মিছ ইণ্ডিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
13 নং শাৰী:
১৯৫২ চনৰ এপ্ৰিল মাহত মুম্বাইৰ ব্ৰ্যাবোৰ্ন ষ্টেডিয়ামত ইন্দ্ৰাণী ৰহমানক মুকুট পিন্ধোৱা হৈছিল। পিছত ইন্দ্ৰানীয়ে ১৯৫২ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত উদ্বোধনী অনুষ্ঠানত ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিল। <ref>"Stunning Photographs of Indrani Rahman, India's First Miss Universe Contestant". 26 July 2016.</ref>
 
১৯৫৩ চনত, পাঞ্জাবৰ পিছ কানওয়ালে কৰদাৰ-কলিনোছ প্ৰতিযোগিতাত মিছ ইণ্ডিয়া ১৯৫৩ৰ মুকুট অৰ্জন কৰিছিল। আবদুৰ ৰশিদ কাৰদাৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। <ref><ref name="Bose2008">{{cite book|author=Mihir Bose|title=Abdul Rashid Kardar: A History|url=https://books.google.com/books?id=hN6mBAAAQBAJ&pg=PT240|access-date=22 March 2015|date=9 May 2008|publisher=Roli Books Pvt. Ltd|isbn=978-93-5194-045-6|pages=240–}}</ref></ref> পৰবৰ্তী কালত কানওয়ালে নিজেকে বলিউডৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত কৰে। <ref>{{cite web|url=https://homegrown.co.in/article/55135/stunning-photographs-of-indrani-rahman-indias-first-miss-universe-contestant|title=Stunning Photographs of Indrani Rahman, India's First Miss Universe Contestant|date=26 July 2016}}</ref>
 
==তথ্য সুত্ৰ==