পেট্ৰিচিয়া মুখিম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

37 নং শাৰী:
 
মুখিম ''ইণ্ডিজেনাছ উইমেনছ্ ৰিচৰ্ছ চেন্টাৰ'', শ্বিলং-ৰ সঞ্চালক। <ref name="Faced with changing times" /><ref name="Academiepansophia">{{cite web | url=http://www.academiepansophia.nl/files/Report_Conference_St_Gallen_May_2011.pdf | title=Academiepansophia | publisher=Academiepansophia | date=13 May 2011 | access-date=31 December 2014}}</ref> তেওঁ পূব খাচী পাৰ্বত্য জিলাৰ কনজ্যুমাৰ ফ'ৰামৰ সদস্য আছিল। <ref name="E Pao" /> তদুপৰি মুখিম ৰাজ্যিক গ্ৰাহক পৰিক্ৰমা আয়োগৰ সদস্য,<ref name="Academiepansophia" /> আৰু চেন্টাৰ অৱ্ নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচী ৰিচাৰ্ছ(CNES)-ৰ ন্যাসৰক্ষী, <ref name="NSAB" /> আৰু ইণ্ডো গ্ল'বেল চাৰ্ভিছ চ'ছাইটিৰ উপাধ্যক্ষ। <ref name="Indianict" /> তেওঁ ''উইমেনছ্ ৰিজিয়’নেল নেটৱ’ৰ্ক'' নামৰ ভাৰতীয় উপমহাদেশৰ বিভিন্ন দেশৰ মহিলাৰে গঠিত এক ফ'ৰামৰ বৰ্ডৰো সদস্য। <ref name="Women's Regional Network" /><ref name="Journalism Mentor" /> মুখিম মেঘালয় পৰিকল্পনা ব’ৰ্ডৰ প্ৰাক্তন সদস্য, <ref name="NSAB" /> আৰু উত্তৰ পূব উন্নয়ন অধ্যয়ন প্ৰতিষ্ঠান(NEIDS)ৰ উপদেষ্টা। <ref name="Academiepansophia" />
 
মুখিম মেঘালয়ৰ সামাজিক-ৰাজনৈতিক পৰিৱেশৰ সম্পৰ্কে কেইবাটাও দৃষ্টান্তমূলক নিৱন্ধৰ ৰচনাৰ কৃতিত্বৰ অধিকাৰী। <ref name="Hell of a development">{{cite press release | url=http://meghalayamining.wordpress.com/ | title=Hell of a development | publisher=Burning Issue | date=3 November 2010 | access-date=31 December 2014 | author=Patricia Mukhim}}</ref><ref name="Why is Meghalaya Police floundering?">{{cite news | url=http://www.theshillongtimes.com/2013/06/28/why-is-meghalaya-police-floundering/ | title=Why is Meghalaya Police floundering? | work=News article | date=28 June 2013 | agency=[[Shillong Times]] | access-date=31 December 2014 | author=Patricia Mukhim}}</ref> Heide Göttner-Abendroth-ৰ দ্বাৰা ৰচিত মাতৃপ্ৰধানতাৰ এখন গ্ৰন্থত মুখিমে , ''Khasi matrilineal society - Challenges in the 21st century'' শীৰ্ষক এটা অধ্যায় ৰচনা কৰিছিল। <ref name="Faced with changing times" /> <ref name="Khasi matrilineal society - Challenges in the 21st century">{{cite book | url=http://matriarchy.info/index.php | access-date=6 March 2017 | title=Khasi matrilineal society - Challenges in the 21st century | publisher=The Second World Congress on Matriarchal Studies | author=Patricia Mukhim | year=2005}}</ref> তেওঁ ''When Hens Crow'' শিৰোনামৰ এখন গ্ৰন্থও ৰচনা কৰি আছে। <ref name="Faced with changing times" /> মুখিমে জাপান, থাইলেণ্ড, হাৱাই দ্বীপপুঞ্জ, চুইজাৰলেণ্ড, পেলেষ্টাইন, ইজৰাইল, উত্তৰ আৰু দক্ষিণ কোৰিয়া, সংযুক্ত ৰাজ্য, আফ্ৰিকা মহাদেশ ইত্যাদি বিভিন্ন ঠাইত বহু অভিৱৰ্তন আৰু আলোচনাচক্ৰত অংশগ্ৰহণ কৰিছে, <ref name="Faced with changing times" /> মুখ্য বক্তৃতা প্ৰদান কৰিছে। <ref name="E Pao" /><ref name="Indianict" /> তেওঁ বহু ৰেডিঅ' আৰু টেলিভিছনৰ কাৰ্য্যসূচীতো অংশ গ্ৰহণ কৰিছে। <ref name="E Pao" />
 
==তথ্যসূত্ৰ==