৩০ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5 নং শাৰী:
* ১৯৪৬ - ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকাশিক হয়। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
* ১৯৬৬ - ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় [[বোৎছোৱানা]]।
* ১৯৯০ - প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী [[দেৱী লাল]]ৰ সংসদৰপৰা ইস্তফা দিয়ে।
* ১৯৯৩ - মহাৰাষ্টৰ লাটুৰত ৬.২ প্ৰাবল্যৰ ভূমিকম্প হৈছিল, প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছিল।
* ১৯৯৯ - ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা [[আকাশ মিছাইল]]ৰ সফল পৰীক্ষণ হয়।
 
==জন্ম==