৩০ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২১ |
৩০ ছেপ্টেম্বৰ (ইংৰাজী: 30 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৩তম (অধিবৰ্ষত ২৭৪তম) দিন। বছৰ শেষ হ'বলৈ ৯২ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকিশত হয় ১৯৪৬ চনৰ আজিৰ দিনটোত। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
- অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকাৰ মৃত্যু হয় ১৯৯৭ চনৰ আজিৰ দিনটোতে।
- মোগল সম্ৰাট ঔৰংগজেৱে হায়দৰাবাদৰ গোলকুন্দা দখল কৰে ১৬৮৭ চনৰ আজিৰ দিনটোতে।
- ১৯৯০ চনৰ আজিৰ দিনটোতে প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী দেৱী লালৰ সংসদৰপৰা ইস্তফা দিয়ে।
- ১৯৯৯ চনৰ আজিৰ দিনটোতে ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা আকাশ মিছাইলৰ সফল পৰীক্ষণ হয়।
- আজিৰ দিনটোতে ১৯১৭ চনত ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
- ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় বোৎছোৱানা।