ফকৰা যোজনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

422 নং শাৰী:
<center><nowiki>[</nowiki>[[File:Nuvola apps download manager3.png|15px|link=#ফকৰা যোজনাৰ সংগ্ৰহ]] [[#ফকৰা যোজনাৰ সংগ্ৰহ|ওপৰলৈ যাওক]]<nowiki>]</nowiki>
</center>
== ম ==
 
# '''মৰে উৰুলিপুঙা, মৰে পদূলিশুঙা,মৰে নদী কুলৰ গাছ, মৰে অলপ পানীৰ মাছ'''
#'''মাউখে উতিলে গুৰি পৰুৱাৰ মৰণ নাই''': একতা থাকিলে কোনো জনসমূহ বিপদত নপৰে।
#'''মাকতকৈ জীয়েক কাজী, ঢেঁকীথোৰা লৈ বাতে পাজী''': মাকক সাধাৰণতে জীয়েকতকৈ সকলো বিষয়তে বেছি অভিজ্ঞ বুলি ধৰা হয়, কিন্তু জীয়েকে জনা দেখুৱাই পটাৰ সলনি মছলা বটিবলৈ ঢেঁকীথোৰা ব্যৱহাৰ কৰা অৰ্থাৎ অলপ জ্ঞান থকা বিষয় বস্তুৰ ওপৰত বেচি জনা দেখুওৱা।