৫ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5 নং শাৰী:
* ১৮৬৪ - ভাৰতৰ কলকাতাৰ বেছিভাগ অঞ্চল ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ দ্বাৰা প্লাবিত আৰু ধ্বংস হৈছিল। এই ঘূৰ্ণীবতাহক ১৮৬৪ চনৰ কলিকতা ঘূৰ্ণীবতাহ বুলি অভিহিত কৰা। এই ধুমুহাৰ ফলত ৬০,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।
* ১৯১০ - পৰ্তুগালৰ এক বিপ্লৱত ৰাজতন্ত্ৰৰ সমাপ্তি ঘটে আৰু গণৰাজ্য ঘোষণা কৰা হয়।
* ১৯৬২ - ইয়ান ফ্লেমিংৰ '[[ডক্টৰ ন']]' উপন্যাসৰ ওপৰত আধাৰিত জেমছ বণ্ড চলচ্চিত্ৰ শৃংখলাৰ প্ৰথম খন চলচ্চিত্ৰ ব্ৰিটেইনত মুক্তি লাভ কৰে।
* ১৯৮৮ - ব্ৰাজিলৰ সংবিধান সভাই তেওঁলোকৰৰ সংবিধানৰ অনুমোদন জনায়।
* ২০১১ - ভাৰতত বিশ্বৰ আটাইতকৈ সস্তা ২২৫০ টকাৰ টেবলেট পিচি আকাশ মুকলি কৰা হৈছিল।
"https://as.wikipedia.org/wiki/৫_অক্টোবৰ"ৰ পৰা অনা হৈছে