ৰাভা জনগোষ্ঠী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎জীৱিকা: ব্যাকৰণ শুধৰণি
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
2409:4065:188:9F3F:0:0:1F64:A4 (কথা-বতৰা)ৰ সম্পাদনাসমূহ দিব্য দত্তয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।
টেগ্‌: Rollback
17 নং শাৰী:
ৰাভা জনজাতিৰ মানুহসকলে [[ৰাভা ভাষা]]ত কথা কয়। [[বড়ো]], [[গাৰো]], [[কাছাৰী]] ইত্যাদি জনগোষ্ঠীৰ মানুহৰ লগত এওঁলোকৰ নৃতাত্বিক যোগাযোগ আছে।<ref>Mitra, A. (1953), ''West Bengal: District Handbooks: Jalpaiguri, Govt. of West Bengal, p. cxxxviii</ref>
 
==জীৱিকা নিৰ্বাহ==
কোৱা হয় যে, ৰাভা সম্প্ৰদায়ৰ মানুহৰ লগত প্ৰকৃতি আৰু জঙ্ঘলৰ এক নিবিৰ সম্পৰ্ক আছে। পূৰ্বতে তেখেতসকলে [[ঝুম খেতি]] কৰিছিল। ঊনবিংশ শতাব্দীৰ ষষ্ঠ দশকত, [[ভাৰত|ভাৰতত]] ইংৰাজ শাসকসলকে জলপাইগুড়ি, ডুয়াৰ্চ আৰু অসমৰ জঙ্গলবোৰক "সংৰক্ষিত বনাঞ্চল" বুলি ঘোষণা কৰাৰ লগে লগে ৰাভাসকলৰ এই জীৱন ধাৰাৰ পৰিবৰ্তন হয়। বৰ্তমান, ৰাভা সম্প্ৰদায়ৰ লোকসকল চাকৰী, ব্যৱসায় বাণিজ্য ইত্যাদি বিভিন্ন জীৱিকাৰে নিযুক্ত হৈ আছে। এইসকলৰ সৰহসংখ্যক মানুহেই বনকৰ্মী অথবা কৃষক।<ref>Raha, M.K. (1989), "Matriliny to Patriliny: A Study of the Rabha Society", Delhi, Gyan Publishing House.</ref>