ভূপেন হাজৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎কৰ্মজীৱন: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
58 নং শাৰী:
কওঁ তুমি যোৱাঁগৈ
কৰ্ত্তব্যে মাতিছে যদি
যোৱাঁ তুমি যোৱাঁগৈ। '<ref name="মই এটি যাযাবৰ"/>
</poem>}}
 
গীতটো তেওঁক শিকাইছিল মাহীয়েক ভৱপ্ৰিয়া দাসে। গীতটো শুনাৰ পাছত বেজবৰুৱাদেৱে শিশু ভূপেনক চুমা এটা খাইছিল। চুমাটো খোৱাৰ আগতে বেজবৰুৱাই "মই পাপী মানুহ, ই বৰ পৱিত্ৰ ল'ৰা" বুলি কৈ চৌকিদাৰৰ হতুৱাই পানী এগিলাচ অনাইছিল। কাৰণ সেই সময়ত তেওঁৰ মুখত তামোল আছিল। সেই পানীৰে কুল কুল কৰি উঠিহে বেজবৰৱাই ভূপেন হাজৰিকাৰ কপালত চুমা এটা খাইছিল আৰু কৈছিল,কৈছিল― "খুব ডাঙৰ শিল্পী হ'বা তুমি। " উল্লেখযোগ্য যে, তাৰ পিছদিনাই বেজবৰুৱাই হাওড়ালৈ ৰাওনা হৈছিল। পাছদিনা [[সাদিনীয়া অসমীয়া]]ত খবৰ ওলাইছিল,ওলাইছিল― "নীলকান্ত হাজৰিকাৰ ল'ৰা শ্ৰীমান ভূপেন হাজৰিকাই গান গালে।" <ref name="মই এটি যাযাবৰ"/>
 
প্ৰণিধানযোগ্য যে, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী [[মোৰ জীৱন সোঁৱৰণ]]তো এই বিশেষ সাক্ষাতটোৰ বিষয়ে উল্লেখ কৰা আছে।<ref name="মই এটি যাযাবৰ"/>