চীনৰ মহাপ্ৰাচীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{underconstruction}}
[[File:The Great Wall of China at Jinshanling-edit.jpg|চিনদেশৰ|thumb|চীনদেশৰ মহাপ্ৰাচীৰ]]
 
'''চিনদেশৰচীনদেশৰ মহাপ্ৰাচীৰ''' ({{lang-en|Great Wall of China}}) শিল আৰু মাটিৰে নিৰ্মিত এক দীঘল প্ৰাচীৰ। এই মহাপ্ৰাচীৰ "গ্ৰেট ৱাল অফ চাইনা" নামেৰে বিশ্ব বিখ্যাত। খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ পৰা খ্ৰীষ্টীয় ১৬শ শতিকা লৈকে চীনৰ উত্তৰ সীমান্তসুৰক্ষিত কৰিবলৈ এই মহাপ্ৰাচীৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ কৰা হৈছিল। অতীতত চিনদেশত খ্ৰীষ্টপূৰ্ব ৭ম শতিকাৰ আৰম্ভণিৰ পৰা কেইবাখনো দেৱাল নিৰ্বাচিত স্থানসমূহত নিৰ্মাণ কৰা হৈছিল।<ref name=nyt>{{cite book|title=The New York Times Guide to Essential Knowledge: A Desk Reference for the Curious Mind|author=''[[The New York Times]]'' with introduction by [[Sam Tanenhaus]]|publisher=[[St. Martin's Press]] of [[Macmillan Publishers]]|year=2011|isbn=978-0-312-64302-7|page=1131|quote=Beginning as separate sections of fortification around the 7th century B.C.E and unified during the Qin Dynasty in the 3rd century B.C.E, this wall, built of earth and rubble with a facing of brick or stone, runs from east to west across China for over 4,000 miles.}}</ref> পিছলৈ চীনৰ প্ৰথম সম্ৰাট কিন ছি হুয়াঙে (খ্ৰীষ্টপূৰ্ব ২২০-২০৬) এই দেৱালবোৰ সংযোজিত কৰিছল। কিন্তু কিন ছি হুয়াঙৰ অধীনত নিৰ্মাণ কৰা দেৱালৰ সামান্য অবশিষ্টহে এতিয়া আছে।<ref name=Brit>{{cite encyclopedia|url=http://www.britannica.com/EBchecked/topic/243863/Great-Wall-of-China|title=Great Wall of China|encyclopedia=[[Encyclopædia Britannica]]|quote=Large parts of the fortification system date from the 7th through the 4th century BC. In the 3rd century BC Shihuangdi (Qin Shi Huang), the first emperor of a united China (under the Qin dynasty), connected a number of existing defensive walls into a single system. Traditionally, the eastern terminus of the wall was considered to be [[Shanhai Pass]] (Shanhaiguan) on the coast of the Bohai (Gulf of Zhili), and the wall's length—without its branches and other secondary sections—was thought to extend for some {{convert|4160|mi|km|order=flip|abbr=on}}.}}</ref> পিছলৈ, বহুতো ৰাজবংশই ক্ৰমান্বয়ে সীমান্তৰ দেৱালৰ একাধিক প্ৰসাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ কৰি গৈছিল। দেৱালখনৰ আটাইতকৈ পৰিচিত অংশবোৰ মিং ৰাজবংশৰ (১৩৬৮-১৫৪৪) সময়তে নিৰ্মিত হৈছিল।
 
প্ৰতিৰক্ষাৰ উপৰিও, গ্ৰেট ৱালৰ অন্যান্য উদ্দেশ্য হৈছে সীমান্ত নিয়ন্ত্ৰণ, যাৰ দ্বাৰা চিল্ক ৰোডৰ কাষত পৰিবহন কৰা সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা, বাণিজ্য আৰু প্ৰব্ৰজন নিয়ন্ত্ৰণ।<ref>Shelach-Lavi, Gideon; Wachtel, Ido; Golan, Dan; Batzorig, Otgonjargal; Amartuvshin, Chunag; Ellenblum, Ronnie; Honeychurch, William (June 2020). "Medieval long-wall construction on the Mongolian Steppe during the eleventh to thirteenth centuries AD". Antiquity. 94 (375): 724–741. doi:10.15184/aqy.2020.51. ISSN 0003-598X.</ref> তদুপৰি, প্ৰহৰীস্তম্ভ, ট্ৰুপ বেৰেক, গেৰিচন ষ্টেচন নিৰ্মাণ, ধোঁৱা বা জুইৰ জৰিয়তে সংকেত দিয়াৰ সামৰ্থ্য, আৰু গ্ৰেট ৱালৰ পথটোৱে পৰিবহন কৰিডৰ হিচাপেও কাম কৰিছিল, তাৰ দ্বাৰা গ্ৰেট ৱালৰ প্ৰতিৰক্ষামূলক বৈশিষ্ট্য বৃদ্ধি হৈছিল।