চিউকুৰো মানাবে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
10 নং শাৰী:
| fields = জলবায়ুবিদ, বতৰবিজ্ঞানী
}}
'''চিউকুৰো "চুকি" মানাবে''' (({{lang-en|Syukuro "Suki" Manabe}}), জন্ম ২১ ছেপ্টেম্বৰ ১৯৩১)) হৈছে এগৰাকী জাপানী মূলৰ আমেৰিকান জলবায়ুবিদ আৰু বতৰবিজ্ঞানী যিয়ে বিশ্বব্যাপী হৈ থকা জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক জলবায়ুৰ তাৰতম্য অনুকৰণ কৰিবলৈ কম্পিউটাৰ ব্যৱহাৰৰ পথ উন্মোচন কৰিছে। তেখেতক ২০২১ বৰ্ষত পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হৈছে৷ ''পৃথিৱীৰ জলবায়ুৰ ভৌতিক মডেলিঙৰ বাবে, পৰিৱৰ্তনশীলতাৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু গোলকীয় উষ্ণতাৰ ভৱিষ্যতবাণী কৰা''ৰ বাবে তেখেতৰ লগত এই বঁটা যুটীয়াভাৱে লাভ কৰিছে [[ক্লাউছ হেচেলমান]]৷ দুয়োগৰাকী বিজ্ঞানীয়ে ন'বেল বঁটাৰ মুঠ ধনৰাশিৰ এক চতুৰ্থাংশকৈ লাভ কৰিব৷ আনহাতে পদাৰ্থ বিজ্ঞানতে আনজন ন'বেল-প্ৰাপক [[জৰ্জিঅ' পাৰিচি]]লৈ বঁটাটোৰ অৰ্ধাংশ প্ৰদান কৰা হৈছে৷ ''জটিল প্ৰণালী অনুধাৱনৰ ক্ষেত্ৰত আগবঢ়োৱা যুগান্তকাৰী অৱদানৰ বাবে'' পাৰিছিয়েপাৰিচিয়ে এই ন'বেল বঁটা লাভ কৰিছে <ref>{{Cite web|title=All Nobel Prizes in Physics|url=https://www.nobelprize.org/prizes/lists/all-nobel-prizes-in-physics|access-date=2021-10-05|website=NobelPrize.org|language=en-US}}</ref>
 
==কৰ্মজীৱন==