ভেঁকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
38 নং শাৰী:
 
}}
'''ভেঁকুৰ''' ({{lang-enla|'''Fungus'''}}) ক বহুবচনত fungi বোলে। 'fungi' শব্দটো লেটিন শব্দ,ইয়াৰ অৰ্থ হ'ল "বেংছতা"(mushroom)। [[বিজ্ঞান]]ৰ যি শাখাত ভেঁকুৰ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক মাইক'ল'জি (mycology) বোলে। এই শাখাৰ বিশেষজ্ঞজনক মাইক'ল'জিষ্ট (mycologist) বোলে। মাইক'ল'জিৰ প্ৰতিষ্ঠাপক হ'ল -[[ইটালি]]ৰ [[উদ্ভিদ বিজ্ঞানী]] '''পিয়েৰ এণ্টনিঅ' মাইকেলি'''(১৭২৯ চনত)। ভেঁকুৰ হ'ল [[উদ্ভিদজগত]]ৰ অন্তৰ্গত ক্লৰ'ফিলবিহীন আৰু প্ৰকৃত [[কোষকেন্দ্ৰ]]যুক্ত সৰল প্ৰকৃতিৰ [[জীৱ]]। ভেঁকুৰৰ দেহটো উচ্চশ্ৰেণীৰ [[উদ্ভিদ]]ৰ দৰে [[কাণ্ড]],[[পাত]] আৰু মূলত বিভক্ত নহয়। ইহঁতৰ দেহটোক সমকায় (thallus) বোলে। <ref name=" গ্ৰন্থ ১"> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ৩০১। </ref>।
 
 
"https://as.wikipedia.org/wiki/ভেঁকুৰ"ৰ পৰা অনা হৈছে