লীনাক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{infobox OS
লীনাক্স বা লাইনাক্স এবিধ অপাৰেটিং চিষ্টেম। ইয়াত লীনাক্স নামৰ [[কাৰ্ণেল]] আৰু তদুপযোগী অন্যান্য প্ৰগ্ৰেম ব্যৱহাৰ কৰা বাবে ইয়াৰ নাম লীনাক্স ৰখা হৈছে।
| logo = [[File:Tux.svg|frameless|upright|টাক্স নামৰ পেঙগুইন, লীনাক্সৰ মাচকট]]
| screenshot =
| caption = টাক্স নামৰ পেঙগুইন, লীনাক্সৰ মাচকট<ref name="LinuxOnLine2008">{{cite web | url = http://www.linux.org/info/logos.html | title = Linux Logos and Mascots | accessdate = 2009-08-11 | last = Linux Online | authorlink = | year = 2008 }}</ref>
| family = ইউনিক্সৰ দৰে
| developer = বহুতো
| source model = বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ
| frequently updated = হয়
| marketing target = ব্যক্তিগত কম্পিউটাৰ, এম্বেডেদ সঁজুলিবোৰ, ভ্ৰাম্যমাণ সঁজুলিবোৰ, চাৰ্ভাৰ
| kernel type = মনোলিথিক
| ui = বহুতো
| released = ১৯৯১
| programmed in = বিভিন্ন
| prog language = বহুতো
| userland = বিভিন্ন
| supported platforms = DEC Alpha, ARM, AVR32, Blackfin, ETRAX CRIS, FR-V, H8/300, Itanium, M32R, m68k, Microblaze, MIPS, MN103, OpenRISC, PA-RISC, PowerPC, s390, S+core, SuperH, SPARC, TILE64, Unicore32, x86, Xtensa
| license = বহুতো<ref>{{cite web | title = Debian GNU/Linux Licenses – Ohloh | url = https://www.ohloh.net/p/debian/analyses/latest | publisher = ohloh.net | accessdate = 2009-03-27 }}</ref> ('''লীনাক্স''' ট্ৰেডমাৰ্কৰ গৰাকী লাইনাচ টৰ্ভেল্ডচ<ref name="US_trademark">{{cite web | url = http://assignments.uspto.gov/assignments/q?db=tm&rno=1916230 | title = U.S. Reg No: 1916230 | publisher = United States Patent and Trademark Office | accessdate = 2006-04-01 }}</ref> আৰু লীনাক্স মাৰ্ক ইন্সটিটিউটৰ দ্বাৰা প্ৰশাসিত)
| language = বহুভাষী
| updatemodel =
| working state = বৰ্তমান
}}
 
'''লীনাক্স''' বা '''লাইনাক্স''' এবিধ অপাৰেটিং চিষ্টেম। ইয়াত লীনাক্স নামৰ [[কাৰ্ণেল]] আৰু তদুপযোগী অন্যান্য প্ৰগ্ৰেম ব্যৱহাৰ কৰা বাবে ইয়াৰ নাম লীনাক্স ৰখা হৈছে।
 
== পৰিচয় আৰু ইতিহাস ==
Line 14 ⟶ 36:
 
নিম্নলিখিত তালিকাত এনে কিছুমান ভাষ্য আৰু সেইবোৰৰ বিষয়ে কিছু তথ্য দিয়া হ'ল।
[[File:Ubuntu 11.10 Final.png|thumb|left|'''[[ইউবাণ্টু]]''', লীনাক্সৰ এক জনপ্ৰিয় ডিষ্ট্ৰীবিউশ্যন]]
 
* '''আৰ্কলীনাক্স'''(Archlinux): এই সংকলনত লীনাক্সক যথাসম্ভৱ সৰল কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে।
* '''চেন্টঅ'এচ'''(CentOS): ৰেডহেট সংকলনৰ অনুকৰণ কৰি এই সংকলন তৈয়াৰ কৰা হৈছে। এক স্বেচ্ছাসেৱক গোটে জনপ্ৰিয় ৰেডহেটৰ দৰে অথচ বিনামূলীয়া এই লীনাক্স-অৰ চোৱাচিতা কৰে।
Line 29 ⟶ 51:
সাধাৰণেত এই সংকলনবোৰ নিজৰ নিজৰ ৱেব চাইটৰ পৰা ডাউনল'ড কৰিব পৰাকৈ বিতৰণ কৰা হয়। ব্যৱসায়ীক সংকলনবিলাকত উপভোক্তাৰ সুবিধাৰ কাৰণে সাধাৰণতে কোনো কোনো অতিৰিক্ত চফ্টৱেৰ যোগ কৰা হয়। এনে লীনাক্স সংকলনৰ লগত সাধাৰণতে ব্যৱসায়িক সেৱা আৰু দিহা-পৰামৰ্ষও পোৱা যায়।
 
== লীনাক্স-অৰলীনাক্সৰ বাবে উপলব্ধ বিভিন্ন চফ্টৱেৰ ==
 
এটা লীনাক্স সংকলনত সন্নিহিত চফ্টৱেৰ সমুহক নিম্নলিখিত ভাগত শ্ৰেণীবদ্ধ কৰিব পৰা যায়:
 
* কাৰ্ণেল আৰু ডিভাইচ ড্ৰাইভাৰ
* চফ্টৱেৰ লাইব্ৰেৰী আৰু বিভিন্ন চিষ্টেম চফ্টৱেৰ
* এপ্লিকেশ্যন চফ্টৱেৰ
 
 
=== কাৰ্নেল আৰু ডিভাইচ ড্ৰাইভাৰ ===
 
লীনাক্স [[কাৰ্নেল]] দুটা ধাৰাত পোৱা যায় – SYSV আৰু BSD । দুইধৰণৰ কাৰ্নেলেই মন'লিথিক। কম্পিউটাৰ বুট কৰাৰ সময়ত প্ৰথমেত হাৰ্ড-ডিস্ক-অৰ পৰা কাৰ্নেল চফ্টৱেৰটো প্ৰাথমিক মেমৰীত তুলি তাৰ ইনষ্ট্ৰাকচন বোৰ ৰান কৰা হয়।
 
Line 45 ⟶ 62:
 
=== লাইব্ৰেৰী আৰু চিষ্টেম চফ্টৱেৰ ===
এইশ্ৰেণীৰ চফ্টৱেৰ ভোক্তাই প্ৰত্যক্ষভাবে ব্যৱ্হাৰ নকৰিলেও সাধাৰণতে যিকোনো প্ৰগ্ৰেম ৰাণ কৰিবলৈ প্ৰয়োজন হয়। লীনাক্স-অত মূখ্যত: জি এন ইউ-ৰ দ্বাৰা প্ৰযোজিত চফ্টৱেৰ লাইব্ৰেৰী জিলীবচী ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰেও অন্যান্য এপ্লীকেশ্যন চফ্টৱেৰৰ লগতো প্ৰয়োজনীয় লাইব্ৰেৰী যোগান ধৰা হয়। অনেক সংকলনৰ লগত প্ৰায়ে বিভিন্ন কম্পাইলাৰ পেকেজ (চী, ফৰট্ৰান ইত্যাদি), পাৰ্ল, পাইথন আদি প্ৰগ্ৰেমিঙৰ সঁজুলি চফ্টৱেৰ-ও (সাধাৰণতে জি এন ইউ লাইচেন্স যুক্ত) বিতৰণ কৰা হয়।
 
সাধাৰণতে লীনাক্স-অত শ্বেয়াৰ্ড অবজেক্ট লাইব্ৰেৰী ব্যৱহাৰ (উইন্ড'জ-অৰ ডি এল এল লাইব্ৰেৰীৰ সমকক্ষ) কৰা হয় যদিও কোনো কোনো ক্ষেত্ৰত ষ্টেটিক লাইব্ৰেৰীও ব্যৱহাৰ কৰা হয়।
 
=== এপ্লীকেশ্যন চফ্টৱেৰ ===
 
এইশ্ৰেণী চফ্টৱেৰৰ সহায়ত লীনাক্স-অৰ ভোক্তাই নিজৰ প্ৰয়োজনীয় কাম কৰে। লীনাক্স-অত ব্যৱহাৰোপযোগী অনেক বিনামূলীয়া, শ্বেয়াৰৱেৰ বা জি-এন-ইউ বা তৎসম লাইচেন্সযুক্ত অনেক চফ্টৱেৰ ইন্টাৰনেটট উপলব্ধ। তলত এনে কিছুমান চফ্টৱেৰৰ নাম আৰু থুলমুল বৰ্ণনা দিয়া হ'ল।
 
Line 58 ⟶ 72:
* জী-ন'ম, কে-ডি-ই (Gnome, KDE): লীনাক্স-অৰ দুইপ্ৰকাৰ জনপ্ৰীয় উইন্ড' মেনেজাৰ – যি লীনাক্স-অৰ গ্ৰাফিকেল ডেস্কটপ পৰিবেশৰ সৃষ্টি কৰে। ই উইন্ড'জৰ ডেস্কটপৰ দৰেই * লীনাক্সতো সাধাৰণ ভোক্তাৰ কাৰণে সহজতে শিকিব আৰু কাম কৰিব পৰা পৰিবেশৰ সৃষ্টি কৰে।
* জী-এন-ইউ চী/চী++ (GNU C/C++) আৰু অন্যান্য প্ৰগ্ৰেমিঙৰ সাধনসমূহ: এইলানী চফ্টৱেৰৰ সহায়ত একে নামৰ প্ৰগ্ৰেমিং লেংগুৱেজত প্ৰগ্ৰেম তৈয়াৰ কৰিব পৰা হয়।
==লীনাক্সৰ বিভিন্ন ডেস্কটপ এন্ভাৰমেণ্ট সমূহ==
 
<center><gallery>
[অসম্পূৰ্ণ]
File:GNOME Shell.png|[[:en:GNOME Shell|ন'ম সেল]]
File:Kde42default.png|[[:en:KDE Plasma Desktop|কে ডি ই প্লাজমা ডেস্কটপ]]
File:Super OS.png|[[:en:Unity (desktop environment)|ইউনিটি]]
File:Xfce-4.4.png|[[:en:Xfce|Xfce]]
File:LXDE desktop full.png|[[:en:LXDE|LXDE]]
</gallery></center>
==তথ্যসূত্ৰ==
{{reflist}}
 
[[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]]
"https://as.wikipedia.org/wiki/লীনাক্স"ৰ পৰা অনা হৈছে