পিনক'ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (robot Adding: es:Código postal de India
No edit summary
1 নং শাৰী:
[[পিনক'ড|ডাক সূচকাংক]] বা [[পিনক'ড]] বা [[পিনক'ড|পিন নং]] ভাৰতীয় ডাক বিভাগৰ ডাকঘৰ সূচোৱা ব্যৱস্থা। প্ৰতিটো পিনক'ডত ৭টা সংখ্যা থাকে। পিনক'ড ব্যৱস্থা [[১৯৭২]] চনৰ [[১৫ আগষ্ট]]তআগষ্টত প্ৰৱৰ্ত্তন কৰা হৈছিল।
 
== গঠন ==
[[চিত্ৰ:pincode.jpg|thumb|right|250px|পিনক'ডৰ গঠন]]
ভাৰতত ৮টা অসামৰিক আৰু ১টা সামৰিক পিনক'ড অঞ্চল আছে। পিনক'ডৰ প্ৰথম সংখ্যাটোৱে এই ৯টা অঞ্চলৰ কোন অঞ্চলত ঠিকনাটো অৱস্থিত তাক সূচায়। দ্বিতীয় সংখ্যাটোৱে মূখ্য অঞ্চলৰ উপ-অঞ্চলৰ অৱস্থিতি দেখুৱায়। তৃতীয় সংখ্যাটোৱে ডাক-জিলাৰ অৱস্থান আৰু শেষৰ তিনিটা সংখ্যাই বিশেষ এটা ডাকঘৰ সূচায়।[[চিত্ৰ:pincode.jpg|thumb|right|220px|পিনক'ডৰ গঠন]]
 
== পিনক'ড আৰু ডাক চক্ৰৰ তালিকা==
== প্ৰসংগ ==
[[চিত্ৰ:2 digit postcode india.png|thumb|right|350px| পিনক'ডৰ প্ৰথম ২টা সংখ্যা সৈতে ডাক চক্ৰসমুহ]]
{| class="wikitable"
 
|-
! পিনক'ডৰ প্ৰথম ২/৩ টা সংখ্যা
! ডাক চক্ৰ
|-
|১১
|[[দিল্লী]]
|-
|১২ আৰু ১৩
|[[হাৰিয়ানা]]
|-
|১৪ আৰু ১৫
|[[পাঞ্জাব]]
|-
|১৬
|[[চণ্ডিগড়]]
|-
|১৭
|[[হিমাচল প্ৰদেশ]]
|-
|১৮ আৰু ১৯
|[[জম্মু আৰু কাশ্মীৰ]]
|-
|২০ৰ পৰা ২৮
|[[উত্তৰ প্ৰদেশ]]/[[উত্তৰাখণ্ড]]
|-
|৩০ৰ পৰা ৩৪
|[[ৰাজস্থান]]
|-
|৩৬ৰ পৰা ৩৯
|[[গুজৰাট]]
|-
|৪০
|[[গোৱা]]
|-
|৪০ৰ পৰা ৪৪
|[[মহাৰাষ্ট্ৰ]]
|-
|৪৫ৰ পৰা ৪৮
|[[মধ্যপ্ৰদেশ]]
|-
|৪৯
|[[চট্টিসগড়]]
|-
|৫০ৰ পৰা ৫৩
|[[অন্ধ্ৰপ্ৰদেশ]]
|-
|৫৬ৰ পৰা ৫৯
|[[কৰ্ণাটক]]
|-
|৬০ৰ পৰা ৬৪
|[[তামিলনাডু]]
|-
|৬৭ৰ পৰা ৬৯
|[[কেৰেলা]]
|-
|৬৮২
|[[লক্ষদ্বীপ]]
|-
|৭০ৰ পৰা ৭৪
|[[পশ্চিমবঙ্গ]]
|-
|৭৪৪
|[[আন্দামান নিকোবৰ দ্বীপপুঞ্জ]]
|-
|৭৫ৰ পৰা ৭৭
|[[ওৰিচ্ছা]]
|-
|৭৮
|[[অসম]]
|-
|৭৯
|[[অৰুণাচল প্ৰদেশ]]
|-
|৭৯৩, ৭৯৪, ৭৮৩১২৩
|[[মেঘালয়]]
|-
|৭৯৫
|[[মণিপুৰ]]
|-
|৭৯৬
|[[মিজোৰাম]]
|-
|৭৯৯
|[[ত্ৰিপুৰা]]
|-
|৮০ৰ পৰা ৮৫
|[[বিহাৰ]] আৰু [[ঝাৰখণ্ড]]
|}
==দ্ৰষ্টব্য==
== বাহিৰা প্ৰসংগ ==
 
[[শ্ৰেণী:ভাৰত]]
 
[[de:Postleitzahl (Indien)]]
"https://as.wikipedia.org/wiki/পিনক%27ড"ৰ পৰা অনা হৈছে