১৯ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
10 নং শাৰী:
* ১৯১৫ – [[গোপাল কৃষ্ণ গোখলে]], ভাৰতীয় দাৰ্শনিক তথা ৰাজনীতিবিদ।
* ২০১৬ – হাৰ্পাৰ লী, আমেৰিকান লেখক।
* বিশিষ্ট অসমীয়া বিজ্ঞানী গুৰুপ্ৰসাদ দাসৰ মৃত্যু । সৰুৰে পৰাই উদ্ভাৱনী চিন্তাৰে নিজৰ বিশেষ প্ৰতিভাৰ পৰিচয় দিয়া গুৰুপ্ৰসাদ দাসে ব্ৰিটিছ চৰকাৰে আগবঢ়োৱা সুবিধাৰে মেকানিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰী লৈ সেইসময়ত প্ৰচলিত ৰে'লৰ ভাপ ইঞ্জিনৰ হিট মিটাৰ নামৰ যন্ত্ৰটো আৱিষ্কাৰ কৰে । ১৯৩০ চনত তেওঁ ৰে'লগাড়ীৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰে । গুৰুপ্ৰসাদৰ নাম অনুসৰি আজিও এই ব্ৰেক জিপি ভেকুৱাম ব্ৰেক নামেৰে জনাজাত । এনে কৃতিত্বৰ বাবে তেওঁক এছ'চিয়েটেড মেম্বাৰ অব ইনষ্টিটিউট অব মেকানিকেল ইঞ্জিনীয়াৰ্ছ সন্মান প্ৰদান কৰা হয় ।
 
== দিৱস ==