ফাগুন হাৱাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
28 নং শাৰী:
 
বাংলাদেশ ফেডাৰেচন অফ ফিল্ম চ'চাইটিজে (BFFS) ৯২ তম একাডেমী বঁটাৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাহিনী চলচ্চিত্ৰ শিতানৰ বাবে এই ছবিখন মনোনীত কৰে।<ref>{{Cite news |url=https://www.thedailystar.net/arts-entertainment/news/bangladeshi-films-be-sent-years-oscars-1803223|title=Bangladeshi films to be sent to this year's Oscars|work=The Daily Star|date=2019-09-22|access-date=2019-09-22}}</ref> ফৰিদুৰ ৰেজা সাগৰৰ ''ফাগুন হাৱাই'' আৰু ষ্টাৰ চিনেপ্লেক্সৰ ''ন ডৰাই'' শীৰ্ষক ছবি দুখনে যুটীয়াভাৱে ২০১৯ ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।<ref name=":0">{{Cite web|title=‘জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ ২০১৯’ জয়ী যাৰা|url=https://www.banglanews24.com/entertainment/news/bd/827222.details|access-date=2020-12-03|website=banglanews24.com|language=bn}}</ref>
==অভিনয় শিল্পী==
 
{{refbegin|3}}
* [[:en:Siam Ahmed|ছিয়াম আহমেদ]] (নাচিৰ)
* [[:en:Tisha (actress)|নুচৰত ইমৰোজ টিশা]] (দীপ্তি)
* [[:en:Yashpal Sharma (actor)|যশপাল শৰ্মা]] (জামচেদ)
* [[:en:Abul Hayat|আবুল হায়াত]] (দীপ্তিৰ ককাক)
* [[:en:Afroza Banu|আফ্ৰোজা বানু]] (নাচিৰৰ মাক)
* [[:en:Rawnak Hasan|ৰৌণক হাচান]] (অবায়েদ, মুছলিম লীগৰ সদস্য)
* সাজু খাদেম (মঞ্জু)
* ফজলুল ৰহমান বাবু (চন্দৰ, জামাদাৰ)
*ছাহিদুল আলম সাচ্চু (আমজাদ)
* ফাৰুক আহমেদ (মৌলৱী)
* এ কে আজাদ সেতু
*নৰেশ ভূঞা
*আব্দুৰ ৰহি
*হাচান আহমেদ
*ছিয়াম হাচান ৰেদয় (নয়ন বাবু)
{{refend}}
==বাহ্যিক সংযোগ==
* [https://www.youtube.com/watch?v=NmXPAeaRzmc| ইউটিউৱত ফাগুন হাৱাই]