বগীবিল দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
11 নং শাৰী:
|mainspan = ১২৫  মিটাৰ
|spans = ৪২
|builder = হিন্দুস্থান নিৰ্মাণকাৰী সংস্থা আৰু গেমন ইণ্ডিয়া
|begin = {{Start date|2002|4|21|df=y}}
|complete = ২০১৮
Line 16 ⟶ 17:
|coordinates = {{coord|27|24|31|N|94|45|37|E|region:IN_type:landmark|display=inline,title}}
}}
 
'''বগীবিল দলং''' [[অসম]]ৰ [[ডিব্ৰুগড় জিলা]]ৰ [[বগীবিল]] নামৰ ঠাইত নিৰ্মাণ কৰিবলৈ লোৱা [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰৰ চতুৰ্থখন দলং। ১৯৯৭ চনৰ ২২ জানুৱাৰীত [[ব্ৰহ্মপুত্ৰ]]ৰ উত্তৰ পাৰৰ [[চিচিবৰগাওঁ|চিচিবৰগাঁৱৰ]] কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী [[এইচ ডি দেৱেগৌড়া]]ই এই দলঙৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত ২০০২ চনত সেই সময় ৰ প্ৰধানমন্ত্ৰী [[অটল বিহাৰী বাজপেয়ী]]য়ে দলং নিৰ্মাণৰ শুভাৰম্ভ কৰে আৰু ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী
[[নৰেন্দ্ৰ মোদি]] ডাঙৰীয়াই শুভাৰম্ভ কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ এই চতুৰ্থখন দলং ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা [[ভাৰত]]ৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং হ'ব। দুখলপীয়া দলংখনত ওপৰৰ খাপত তিনিটা লেনযুক্ত পথ থাকিব।<ref>[http://ajirdainikbatori.com/magazine.htm] ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২</ref>