ৱাল্ট ডিজনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
18 নং শাৰী:
| religion = [[খ্ৰীষ্টান]]
| party = ৰিপাব্লিকান দল (আমেৰিকা যুক্তৰাষ্ট্ৰ)
| signature = Walt Disney Signature1942 2signature.svg
}}
[[File:Newman Laugh-O-Gram (1921).webm|thumb|thumbtime=2|upright=1.5|''Newman Laugh-O-Gram'' (1921)]]
25 নং শাৰী:
এজন চলচ্চিত্ৰ প্ৰযোজক হিছাপে আৰু [[এনিমেছন]] তথা [[থীম পাৰ্ক]]ৰ ৰূপাঙ্কনৰ বাবে ডিজনী বিশেষভাৱে জনাজাত আছিল। তেওঁ আৰু তেওঁৰ কৰ্মচাৰীসকলে মিলি বিশ্বৰ কিছুমান বিখ্যাত কাল্পনিক চৰিত্ৰৰ জন্ম দিয়ে, ইয়াৰে [[মিকী মাউছ]]ৰ চৰিত্ৰত ডিজনীয়ে নিজেই কণ্ঠ দান কৰিছিল। জীৱনকালত তেওঁ চাৰিটা সন্মানজনক [[একাডেমী বঁটা]] লাভ কৰে আৰু মুঠ উনপঞ্চাশটা মনোনয়নৰ মাজত এবছৰত চাৰিটাকে ধৰি বাইশটা একাডেমী বঁটা লাভ কৰে<ref name="academyaward">{{cite web|title=Walt Disney Academy awards | url=http://awardsdatabase.oscars.org/index.jsp | publisher=[[Academy of Motion Picture Arts and Sciences]]|accessdate=2008-05-21 }}</ref>। একাডেমী বঁটাৰ ইতিহাসত আন কোনো ব্যক্তিতকৈ এয়া আছিল বেছি। তেওঁ সাতটা [[এম্মী বঁটা]]ও লাভ কৰিছিল। তদুপৰি তেওঁ নিজৰ নামটো আমেৰিকাৰ [[ডিজনীলেণ্ড]] আৰু [[ৱাল্ট ডিজনী ৱৰ্ল্ড ৰিজ'ৰ্ট]]ৰ বাহিৰেও আন্তৰ্জাতিক [[টকিয়' ডিজনী]], [[ডিজনীলেণ্ড পেৰিছ]] আৰু [[ডিজনীলেণ্ড হংকং]]ক দান কৰে।
 
১৫ ডিচেম্বৰ, ১৯৬৬ চনত [[বাৰ্বেঙ্ক, কেলিফ'ৰ্নিয়া]]ত হাওঁফাওঁৰ কৰ্কট ৰোগত ভুগি তেওঁৰ মৃত্যু হোৱাৰ পিছৰ বছৰ ফ্ল'ৰিডাত ৱাল্ট ডিজনী ৱৰ্ল্ড ৰিজ'ৰ্ট স্থাপনৰ কাম আৰম্ভ হয়। তেওঁৰ ভ্ৰাতৃ ৰয় ডিজনীয়ে ১ অক্টোবৰ, ১৯৭১ চনত [[মেজিক কিংডম]] উদ্বোধন কৰে।
 
==লগতে পঢ়ক==