মাধৱদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2401:4900:3DD8:BE54:4E7F:A041:60C0:7E4F (কথা-বতৰা)ৰ সম্পাদনাসমূহ Bhaskarjyoti Bhuyanয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।
টেগ্‌: Rollback উলটিওৱা হৈছে
টেগ্‌: মেনুৱেল ৰিভাৰ্ট
62 নং শাৰী:
*ৰাস ঝুমুৰা
==স্মৰ্তব্য==
বৰ্তমানলৈকে পোৱা মাধৱদেৱৰ নামত প্ৰচলিত ঝুমুৰা ভূষণ হৰণ, ৰাস ঝুমুৰা, কোটোৰা খেলা, ব্ৰহ্মামোহন আদি তেখেতৰ স্বৰচিত হয়নে নহয় তাক সঠিককৈ জনা নাযায়। চৰিত পুথিত উল্লিখিত দুখনমান নাট, যেনে— ৰাম যাত্ৰা, নৃসিংহ যাত্ৰা, গোবৰ্দ্ধন যাত্ৰা আদি মাধৱদেৱৰ দ্বাৰা ৰচিত বুলি জনা যায় যদিও পাবলৈ নাই। তেখেতে সম্পাদনা কৰা আৰু সংকলন কৰি উলিওৱা পুথি 'কীৰ্তননাম ঘোষা আৰু আদিকাণ্ড ৰামায়ণ। '<ref name="মাধৱদেৱ">{{cite book | title=আমাৰ মাধৱদেৱ | publisher=বনলতা | author=পাৰ্থপ্ৰতীম শৰ্মা| year=২০০৮ | pages=২১}}</ref>
 
==তিৰোভাৱ==
"https://as.wikipedia.org/wiki/মাধৱদেৱ"ৰ পৰা অনা হৈছে