ধেমাজি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
80 নং শাৰী:
{{reflist}}
==বাহ্যিক সংযোগ==
ধেমাজিৰ মহকুমা সদৰ জোনাইঃ-
তাহানিৰ উত্তৰ-পূব সীমান্ত অঞ্চল (নেফা), তাৰ পিছত মুৰ্কংচেলেক হস্তান্তৰিত এলেকা, অৱশেষত জ’নাই আৰু সৰ্বশেষত জ'নাই মহকুমা। পূর্বতে শদিয়াত পলিটিকেল অফিচাৰ (PO) আৰু পাছিঘাটত এচিষ্টেন্ট পলিটিকেল অফিচাৰ (APO) এ শাসন চত্তালিছিল। এলেকা আছিল শদিয়াৰ পৰা চমকং গাঁৱলৈ। বিধান সভাৰ সমষ্টি আছিল ছৈখোৱা। কালক্ৰমত লখিমপুৰ জিলাৰ ডিব্ৰুগড় মহকুমাৰ অন্তৰ্গত হোৱাৰ পিছত লখিমপুৰ জিলা ধেমাজি মহকুমাৰ অন্তৰ্ভূক্ত হয়। সময়ত ধেমাজি জিলাৰ অন্তৰ্গত জানাই চক্র আৰু সৰ্বশেষত জ'নাই মহকুমা। এয়াই হৈছে বৰ্তমান জ'নাই মহকুমাৰ থুলমূল বিৱৰণ। তাহানি আঙুলিৰ মূৰত গণিব পৰা কেইখনমানহে গাঁও আছিল। জনসংখ্যাও তেনেই তাকৰ আছিল। গাঁওবোৰত মিচিং মানুহৰ সংখ্যাই সৰহ আছিল। অনা-মিচিং মানুহৰ সংখ্যা খুব কম আছিল। লক্ষী নেপালী বক্তি নামেৰে মাত্র এখন নেপালী গাঁও আছিল। সেইখন গাঁও বৰ্তমানলৈও আছে। পুৰণা মুৰ্কংচেলেক বজাৰ, জনাই বজাব, লাইমেকুৰী আদিত অনা-মিচিংসকল আছিল। অনা-মিচিং বোলোতে নেপালী, বিহাৰী চাহ বনুৱাৰ লোক, ডিব্ৰুগড়ৰ পৰা আহি দোকান দিয়া দুজনমান মাৰোৱাৰী, দুজনমান বেংগলী,
* [http://dhemaji.gov.in/ ধেমাজি জিলাৰ চৰকাৰী ৱেবচাইট]
 
"https://as.wikipedia.org/wiki/ধেমাজি"ৰ পৰা অনা হৈছে