ধেমাজি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
81 নং শাৰী:
==বাহ্যিক সংযোগ==
ধেমাজিৰ মহকুমা সদৰ জোনাইঃ-
তাহানিৰ উত্তৰ-পূব সীমান্ত অঞ্চল (নেফা), তাৰ পিছত মুৰ্কংচেলেক হস্তান্তৰিত এলেকা, অৱশেষত জ’নাই আৰু সৰ্বশেষত জ'নাই মহকুমা। পূর্বতে শদিয়াত পলিটিকেল অফিচাৰ (PO) আৰু পাছিঘাটত এচিষ্টেন্ট পলিটিকেল অফিচাৰ (APO) এ শাসন চত্তালিছিল। এলেকা আছিল শদিয়াৰ পৰা চমকং গাঁৱলৈ। বিধান সভাৰ সমষ্টি আছিল ছৈখোৱা। কালক্ৰমত লখিমপুৰ জিলাৰ ডিব্ৰুগড় মহকুমাৰ অন্তৰ্গত হোৱাৰ পিছত লখিমপুৰ জিলা ধেমাজি মহকুমাৰ অন্তৰ্ভূক্ত হয়। সময়ত ধেমাজি জিলাৰ অন্তৰ্গত জানাই চক্র আৰু সৰ্বশেষত জ'নাই মহকুমা। এয়াই হৈছে বৰ্তমান জ'নাই মহকুমাৰ থুলমূল বিৱৰণ। তাহানি আঙুলিৰ মূৰত গণিব পৰা কেইখনমানহে গাঁও আছিল। জনসংখ্যাও তেনেই তাকৰ আছিল। গাঁওবোৰত মিচিং মানুহৰ সংখ্যাই সৰহ আছিল। অনা-মিচিং মানুহৰ সংখ্যা খুব কম আছিল। লক্ষী নেপালী বক্তি নামেৰে মাত্র এখন নেপালী গাঁও আছিল। সেইখন গাঁও বৰ্তমানলৈও আছে। পুৰণা মুৰ্কংচেলেক বজাৰ, জনাই বজাব, লাইমেকুৰী আদিত অনা-মিচিংসকল আছিল। অনা-মিচিং বোলোতে নেপালী, বিহাৰী চাহ বনুৱাৰ লোক, ডিব্ৰুগড়ৰ পৰা আহি দোকান দিয়া দুজনমান মাৰোৱাৰী, দুজনমান বেংগলী,চাৰিজনমান তেতিয়াৰ পুত্র পাকিস্তানৰ মুছলমান মানুহ আছিল। বিহাৰৰ দুজনমান মুছলমান আছিল। হিচাপে বৃটিছসকলে চাহ বাগানীয়া মানুহবোৰক মুৰ্কংচেলেক বজাৰত থকা আচাম মিলৰ বনুৱা আনিছিল। ১৯৫০ চনৰ ১৫ আগষ্টত মিলটো নিয়চিহ্ন হোৱাত বৰুৱাসকলৰ প্ৰায়েই গুচি যায়। তাবে জ'নাইত কেইঘৰমান আৰু লাইমেকুৰীত কেইঘৰমান চাই বাগানীয়া মানুহ থাকি যায়। চাকৰি কৰি মাটি-বাৰী লৈ ইয়াতেই বাস কৰা চাৰিঘৰ অসমীয়া মানুহহে আছিল। এজন এংলো ইণ্ডিয়ান আৰু এজন বৃটিছ চাহাবৰ পৰিয়াল আছিল। মুঠতে অনামিচিংসকলৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা আছিল।
সেই সময়ত মানুহৰ প্ৰধান জীবিকা আছিল যেতি। মিচিং, নেপালী আৰু চাহ বাগানীয়াসকলে খেতি কৰিছিল। খেতি বোলেতে আহু ধান, সবিহয়, মাহ আদিয়েই আছিল প্ৰধানকৈ কৰা খেতি। আলু, সৰিয়হ মাহ খেতিৰ ফচল বৰগোলা আৰু ছোটগোলা নামৰ দুখন দোকানত দিছিল আৰু বিহুৰ বতৰত সিহঁতৰ পৰা টকা উলিয়াই কাপোৰ-কানি কিনিছিল। সেই দোকানী দুটাই বলটোত লগা অন্যান্য সামগ্ৰীৰো ধাৰকৈ যোগান ধৰিছিল আৰু আলু, সৰিয়হ আৰু মাহ খেতিৰ ফচলবোৰ গোটাই লৈ দাম-দৰ কৰি বছৰটোৰ হিচাপ কৰিছিল। হিচাপত টকা পাবলগীয়া হ'লে টকা দিছিল । মণ্ডলৰ টকাৰে ধাৰ গুজিব নোৱাৰিলে পিছৰ বছৰলৈ হিচাপ লিখি ৰাখিছিল। কিছুমানে পাবলগীয়া টকাখিনিক মহাজনৰ হাততেই ৰাখিছিল আৰু আৱশ্যক হ'লেহে মহাজনৰ পৰা টকা উলিয়াইছিল । সকলো হিচাপ-পত্ৰ মহাজনেই ৰাখিছিল। খেতি কৰাৰ উপৰিও তেতিয়া গাঁওবোৰৰ কিছুমানে গছ কাটি কুত্তা নাই ভূৰ বান্ধি চিড়ে নগৰ বেচিছিল আৰু তেনেকৈ উপৰুৱা টকা ঘটছিল। পোহনীয়া জীব-জন্ম বেচিও অতিৰিক্ত কিছু ধন আজিছিল। এয়া হ'ল বৰ্তমান জনাই অঞ্চলৰ পুৰণি
* [http://dhemaji.gov.in/ ধেমাজি জিলাৰ চৰকাৰী ৱেবচাইট]
 
"https://as.wikipedia.org/wiki/ধেমাজি"ৰ পৰা অনা হৈছে