ৱিকিপিডিয়া:Sandbox: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

18 নং শাৰী:
চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰিকৰী আৰু বিত্তিমুখি শাখাত শিক্ষকতা কৰি চনত অৱসৰ গ্ৰহণ ।
সাংস্কৃতিক পৰিৱেশত জন্ম লাভ কৰা হেমচন্দ্র গোস্বামীয়ে সৰুৰে পৰাই শিল্প সাধনাত জড়িত হৈ পৰে। বিশেষকৈ অসমৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অবিস্মৰণীয় বৰঙণি আগবঢ়াই আহিছে। বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰাৰ উপৰিও তেখেতে নিজ গৃহতে বহুতো যুৱকক মুখাশিল্পৰ শিক্ষা প্ৰদান কৰি আহিছে। যাৰ জৰিয়তে শিল্প সাধনাৰ লগতে বহুতো পৰিয়াল আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে।
প্ৰাচীন কালৰে পৰা মুখা শিল্পত বাহ, বেত, কুমাৰ-মাটি, গৰুৰ গোবৰ, মৰা-পাটৰ আঁহ, কাগজ, প্ৰাকৃতিক ৰং আদিৰ দৰে জৈৱ-বিঘ্নিত কেঁচামাল ব্যৱহাৰ কৰি পৰিবেশ সংৰক্ষণৰ লগত পাৰস্পৰিক ক্ৰিয়াৰ এক কলাত্মক মাধ্যম প্ৰতিফলিত কৰি আহিছে।
 
 
 
==শিল্পকৰ্মৰাজি==