লাচিত বৰফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অNo edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
অNo edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
73 নং শাৰী:
| box_width =
}}
'''লাচিত বৰফুকন''' ({{lang-en|Lachit Borphukan}}) আছিল
লাচিত বৰফুকনৰ বংশ সম্পৰ্কে টাই আহোম বুৰঞ্জীত কিছু তথ্য পোৱা যায়। তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয়। তেওঁৰ পিতৃৰ নাম আছিল ম'-মাই তামূলী ফুকেলুং যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম'-মাইৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান)৷<ref>{{cite web |title=Vikaspedia |url=http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae |website=as.vikaspedia.in |publisher=India Development Gateway (InDG)}}</ref> তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং।<ref>{{cite web |title=Vikaspedia |url=http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae |website=as.vikaspedia.in |publisher=India Development Gateway (InDG)}}</ref> জন্মসূত্ৰে তেওঁৰ নাম লা-চিত৷
|